• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

ভাৰত তথা অসমৰ বজাৰত উপলব্ধ হ’ব তেল নোহোৱাকৈ চলা গাড়ী; মূল্য হ’ব কিমান ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2019 4:51 pm
Electric Car in the market

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান সমূহতে বিশ্বৰ আগশাৰীৰৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ ভাৰতীয় বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্ৰিক বাহন নিৰ্মান কৰিবলৈ লোৱা বৃহৎ প্ৰস্তুতিৰ সাক্ষী হবলৈ গৈ আছে। ভাৰতবৰ্ষৰ থলুৱা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহেও কেন্দ্ৰীয় চৰকাৰৰ তাগিদাত ইলেক্ট্ৰিক বাহন নিৰ্মাণৰ বাবে উদ্যোগ হাতত লৈছে। ইয়াত কেইখনমান ভাৰতৰ বজাৰলৈ আহিবলগীয়া ইলেক্ট্ৰিক বাহনৰ বিষয়ে উল্লেখ কৰা হ’ল যিয়ে গাড়ীৰ বজাৰৰ সমগ্ৰ দৃশ্যপট সলনি কৰিবলৈ গৈ আছে।

হুণ্ডাই কোনা (Hyundai Kona)

Apply Now

হুণ্ডাই ম’টৰ ইণ্ডিয়া লিমিটেডে জুলাইৰ ৯ তাৰিখে ভাৰতীয় বজাৰত হুণ্ডাই কোনা নামৰ ইলেক্ট্ৰিক বাহনখন মুকলি কৰাৰ বাবে যো-জা চলাইছে। হুণ্ডাই কোনাখন হ’ব ভাৰতৰ প্ৰথমখন ৰিয়েল ইলেক্ট্ৰিক এচ য়ু ভি বাহন। কোনাৰ আনুমানিক বজাৰ মূল্য ২৫ লাখৰ পৰা ৩০ লাখৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। ৩৯.২ কিলোৱাট লিথিয়াম-আয়ন বেটাৰীৰে ভাৰতৰ বজাৰত মুকলি হ’বলগীয়া ‘কোনা’ৰ সৰ্বোচ্চ ক্ষমতা হ’ব ১৩৪.১৩ হৰ্চ পাৱাৰ আৰু ৩৯৫ নিউটন মিটাৰ। বাহনখনে এবাৰ চাৰ্জ কৰিলে ৩১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব। ১০০ কিলোৱাট ডাইৰেক্ট কাৰেণ্ট ফাষ্ট চাৰ্জাৰেৰে মাত্ৰ ৫৪ মিনিটৰ ভিতৰত গাড়ীখনৰ ৮০ শতাংশ চাৰ্জ কৰিব পৰা যাব।

হুণ্ডাই কোনা। উৎস-ইন্টাৰনেট

এম জি ই জেদ এচ (MGeZS)

এম জি মট’ৰ ইণ্ডিয়াই ই জেদ এচ নামৰ প্ৰথমখন ইলেক্ট্ৰিক এচ য়ু ভি বাহন ডিচেম্বৰৰ ভিতৰত বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত উপলব্ধ হ’বলগীয়া ১৫০ অশ্ব শক্তি ক্ষমতাযুক্ত এম জি ই জেদ এচ এচ য়ু ভি বাহনখনে মাত্ৰ ৩.২ ছেকেণ্ডৰ ভিতৰত শূন্য প্ৰতিকিলোমিটাৰ/ঘণ্টাৰ পৰা ৫০ কিলোমিটাৰ/ঘন্টা বেগত গতি কৰিবলৈ সক্ষম হ’ব। নিউ য়ুৰোপিয়ান ড্ৰাইভিং চাইক’লৰ মতে এচ য়ু ভি বাহনখনে এবাৰ চাৰ্জ দিলে ৩৩৫ কিলোমিটাৰলৈ গতি কৰিব পাৰিব।গাড়ীখনৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২৫ লাখ হোৱাৰ সম্ভাৱনা আছে।

ৰিভ’ল্ট আৰ ভি ৪০০(Revolt RV 400)

ৰিভ’ল্ট আৰ ভি ৪০০ হ’ল ৰিভ’ল্ট মটৰছৰ প্ৰথমখন ইলেক্ট্ৰিক মটৰ চাইকেল।বজাৰত প্ৰথমবাৰৰ বাবে উপলব্ধ হ’বলগীয়া কম্পিউটাৰ ইলেক্ট্ৰিক মটৰ চাইকেলখনত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, চিন্থেচাইজ চাউণ্ড আৰু স্বপেবল বেটাৰী লোকেশ্যন নেট’ৱাৰ্ককে ধৰি ভালেসমূহ সুবিধা উপলব্ধ হ’ব। ৰিভ’ল্ট আৰ ভি ৪০০ দুচকীয়া বাহনখন জুলাইৰ ভিতৰত বজাৰত মুকলি হোৱাৰ সম্ভাৱনা আছে।

ৰিভ’ল্ট আৰ ভি ৪০০ উৎস-ইণ্টানেট

মহিন্দ্ৰা ই কে য়ু ভি ১০০ (Mahindra eKUV100)

চলিত বৰ্ষৰ উৎসৱৰ বতৰত মহিন্দ্ৰাই ই কে য়ু ভি ১০০ নামৰ বাহনখন ৭ ৰ পৰা ৯ লাখ টকা মূল্যৰ ভিতৰত বজাৰত মুকলি কৰাৰ সম্ভাৱনা আছে। ই কে য়ু ভি ১০০ ৰ ইলেক্ট্ৰিক সংস্কৰণখন সাধাৰণ ই কে য়ু ভি ১০০ ৰ ডিজাইনৰ লগত প্ৰায় একে হ’ব। তিনিটৰপীয়া অল্টাৰনেটিভ কাৰেণ্ট আৱেশযুক্ত ৩১ কিলো ৱাট লিথিয়াম আয়ন বেটাৰীৰ জড়িয়তে বাহনখনত প্ৰয়োজনীয় শক্তি উপলব্ধ হ’ব। প্ৰথম পৰ্যায়ত এবাৰ চাৰ্জ কৰিলে গাড়ীখনে প্ৰায় ১৪০ কিলোমিটাৰ পৰ্য্যন্ত গতি কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে ইয়াৰ বৈশিষ্ট সমূহৰ তালিকাত।

মাৰুতি ৱাগন আৰ ই ভি (Maruti Wagon R EV)

অহা বছৰৰ ভিতৰত মাৰুতি চুজুকিয়ে বজাৰত ইয়াৰ প্ৰথমখন ইলেক্ট্ৰিক বাহন মুকলি কৰিব বুলি ঘোষণা কৰিছে। দেশৰ বৃহৎ গাড়ী বিক্ৰেতা কোম্পানীটোৱে ইতিমধ্যে মাৰুতি চুজুকি ৱাগনৰ ইলেক্ট্ৰিক নামৰ এখন গাড়ী নিৰ্মাণ কৰাৰ কামত ব্যস্ত হৈ আছে। নতুনকৈ মুকলি কৰিবলগীয়া বাগন আৰ ই ভি বাহনখনতো লিথিয়াম আয়ন বেটাৰী যুক্ত হৈ থাকিব আৰু গাড়ীখনে এবাৰ চাৰ্জ দিলে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰা হৈছে। ২০২০ চনৰ ভিতৰত মুকলি কৰিবলগীয়া গাড়ীখনৰ আনুমানিক বজাৰ মূল্য ৭ লাখৰ ওচৰা-উচৰি হোৱাৰ সম্ভাৱনা আছে।

মাৰুতি চুজুকি ৱাগন আৰ

নিচান লিফ (Nissan Leaf)

নিচান ইণ্ডিয়াই ২০১৯ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠানটোৱে নিৰ্মান কৰা ইলেক্ট্ৰিক বাহন নিচান লিফ ভাৰতৰ বজাৰৰ বাবে মুকলি কৰাৰ কথা  ঘোষণা কৰিছিল। নিচান লিফ বিশ্বৰ সৰ্বাধিক বিক্ৰীহোৱা ইলেক্ট্ৰিক বাহন। ৪০ কিলোৱাট বেটাৰী ক্ষমতাযুক্ত বাহনখনে এবাৰ চাৰ্জ দিলে ৪০০ কিলোমিটাৰ পৰ্য্যন্ত দূৰত্ব অতিক্ৰম কৰিব পাৰে। বাহনখনৰ বজাৰ মূল্য হ’ল ৩০-৩৫ লাখ।

নিচান লিফ। উৎস-ইণ্টাৰনেট
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd