• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰো শিং গজিব লৈছে; কিন্তু কেনেকৈ ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2019 8:24 pm
Man Horn

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোবাইল ফোনৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি প্ৰায়ে ইয়াৰ ভয়াবহ বিক্ৰিয়াৰ ফলত মগজু আৰু স্নায়ু তন্ত্ৰত হোৱা ক্ষতিৰ বিষয়ে উল্লেখ কৰা হয় কিন্তু আন এটা মোবাইল ফোন সম্পৰ্কীয় গৱেষণাত ইয়াতকৈও ভয়াবহ দিশ পোহৰলৈ আহিছে।

কুইনচলেণ্ডৰ চানচাইন কোষ্ট য়ুনিভাৰ্চিটিৰ এদল গৱেষকে অলপতে চলোৱা এক গৱেষণাত মোবাইল ফোনত অত্যাধিকহাৰত মেছেজ লিখাৰ ফলত মানুহৰ হাড়ৰ গঠনৰ পৰিবৰ্তন ঘটি  মুৰত অন্য কিছুমান জীৱ-জন্তুৰ থকাৰ দৰে শিঙৰ সৃষ্টি হ’ব।

Apply Now

অষ্ট্ৰেলিয়াৰ প্ৰায় ১২০০ গৰাকী লোকৰ ওপৰত এক্স-ৰেইজৰ সহায়ত কৰা গৱেষণাত এই ভয়াবহ কথা পোহৰলৈ আহিছে। ১২০০ গৰাকী লোকৰ ভিতৰত ৩৩ শতাংশ লোকৰ লাওখোলাৰ ভিতৰত শিঙ সদৃশ গঠনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

বেয়া খবৰটো হ’ল এই শিঙৰ গঠনসমূহ লাওখোলাৰ ভিতৰত থকা বাবে মানুহৰ চকুত নপৰে। লাওখোলাৰ ভিতৰত শিঙ সদৃশ গঠনৰ সৃষ্টি হোৱা লোকসকলৰ ভিতৰত বেছিভাগে যুৱক-যুৱতী যিয়ে অত্যাধিক হাৰত তলমুৰ কৰি মোবাইল ফোন ব্যৱহাৰ কৰে।

উল্লেখযোগ্য যে, ঘণ্টাৰ পাছত ঘণ্টা তলমুৰ কৰি মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত মানুহৰ ৰাজহাড় আৰু পেশীৰ ওজন মগজুলৈ সলনি হয় আৰু অত্যাধিক ওজন মগজুলৈ অহা বাবে আৰু একেৰাহে তলমুৰ কৰি থকা বাবে লাওখোলাৰ ভিতৰত টেণ্ডৰ আৰু লিগামেণ্ট বাহিৰফালে ওলাই আহিবলৈ আৰম্ভ কৰে। আৰু এনেধৰণে কিছু বছৰৰ বাবে একেৰাহে মোবাইল ফোন ব্যৱহাৰ কৰি থাকিলে গৰু, ছাগলী, হৰিণাৰ শিঙৰ দৰে মানুহৰ লাওখোলাৰ বাহিৰৰ ফালে শিঙৰ সৃষ্টি হ’ব।

আনহাতে, একেঠাইতে বহি এনেদৰে মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ ফলত মানুহৰ মগজুটো ডাঙৰ হৈ পৰিব যদিও ককালৰ তলৰ অংশ বিশেষকৈ ভৰিৰ আকাৰ সৰু হৈ পৰিব। এতিয়া আপুনি কল্পনা কৰক শিং থকা মানুহ এজনে বৃহৎ আকাৰৰ মুৰেৰে সৈতে একমাত্ৰ হাতৰ বলেৰে চুচৰি চুচৰি গৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd