• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানুহৰো শিং গজিব লৈছে; কিন্তু কেনেকৈ ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 21, 2019 8:24 pm

2 min read

Man Horn

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

5.7k
VIEWS
Share on FacebookShare on Twitter

মোবাইল ফোনৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি প্ৰায়ে ইয়াৰ ভয়াবহ বিক্ৰিয়াৰ ফলত মগজু আৰু স্নায়ু তন্ত্ৰত হোৱা ক্ষতিৰ বিষয়ে উল্লেখ কৰা হয় কিন্তু আন এটা মোবাইল ফোন সম্পৰ্কীয় গৱেষণাত ইয়াতকৈও ভয়াবহ দিশ পোহৰলৈ আহিছে।

কুইনচলেণ্ডৰ চানচাইন কোষ্ট য়ুনিভাৰ্চিটিৰ এদল গৱেষকে অলপতে চলোৱা এক গৱেষণাত মোবাইল ফোনত অত্যাধিকহাৰত মেছেজ লিখাৰ ফলত মানুহৰ হাড়ৰ গঠনৰ পৰিবৰ্তন ঘটি  মুৰত অন্য কিছুমান জীৱ-জন্তুৰ থকাৰ দৰে শিঙৰ সৃষ্টি হ’ব।

অষ্ট্ৰেলিয়াৰ প্ৰায় ১২০০ গৰাকী লোকৰ ওপৰত এক্স-ৰেইজৰ সহায়ত কৰা গৱেষণাত এই ভয়াবহ কথা পোহৰলৈ আহিছে। ১২০০ গৰাকী লোকৰ ভিতৰত ৩৩ শতাংশ লোকৰ লাওখোলাৰ ভিতৰত শিঙ সদৃশ গঠনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

বেয়া খবৰটো হ’ল এই শিঙৰ গঠনসমূহ লাওখোলাৰ ভিতৰত থকা বাবে মানুহৰ চকুত নপৰে। লাওখোলাৰ ভিতৰত শিঙ সদৃশ গঠনৰ সৃষ্টি হোৱা লোকসকলৰ ভিতৰত বেছিভাগে যুৱক-যুৱতী যিয়ে অত্যাধিক হাৰত তলমুৰ কৰি মোবাইল ফোন ব্যৱহাৰ কৰে।

উল্লেখযোগ্য যে, ঘণ্টাৰ পাছত ঘণ্টা তলমুৰ কৰি মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত মানুহৰ ৰাজহাড় আৰু পেশীৰ ওজন মগজুলৈ সলনি হয় আৰু অত্যাধিক ওজন মগজুলৈ অহা বাবে আৰু একেৰাহে তলমুৰ কৰি থকা বাবে লাওখোলাৰ ভিতৰত টেণ্ডৰ আৰু লিগামেণ্ট বাহিৰফালে ওলাই আহিবলৈ আৰম্ভ কৰে। আৰু এনেধৰণে কিছু বছৰৰ বাবে একেৰাহে মোবাইল ফোন ব্যৱহাৰ কৰি থাকিলে গৰু, ছাগলী, হৰিণাৰ শিঙৰ দৰে মানুহৰ লাওখোলাৰ বাহিৰৰ ফালে শিঙৰ সৃষ্টি হ’ব।

আনহাতে, একেঠাইতে বহি এনেদৰে মোবাইল ফোন ব্যৱহাৰ কৰি থকাৰ ফলত মানুহৰ মগজুটো ডাঙৰ হৈ পৰিব যদিও ককালৰ তলৰ অংশ বিশেষকৈ ভৰিৰ আকাৰ সৰু হৈ পৰিব। এতিয়া আপুনি কল্পনা কৰক শিং থকা মানুহ এজনে বৃহৎ আকাৰৰ মুৰেৰে সৈতে একমাত্ৰ হাতৰ বলেৰে চুচৰি চুচৰি গৈ আছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd