• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত নিষিদ্ধ বৰদৈচিলা থিয়েটাৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 25, 2019 11:05 am
Majuli News

মাজুলীত শিল্পী সমাজৰ সংবাদমেল

9k
VIEWS
Share on FacebookShare on Twitter

ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্তক প্ৰতাৰণা কৰি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজকে অভিনেত্ৰীগৰাকীৰ সৈতে হোৱা চুক্তি ভংগ কৰা সন্দৰ্ভত থিয়েটাৰখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠি মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা কৰে।

সন্মিলিত শিল্পী সমাজ মাজুলীয়ে ২৪ জুনত বিয়লি কমলাবাৰীস্থিত ৰামধেনু শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ত প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়েটাৰে কৰা প্ৰতাৰণা সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি থিয়েটাৰখনক মাজুলীত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সন্মিলিত শিল্পী সমাজৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি প্ৰতাপ বৰুৱাই আঁত ধৰা সংবাদমেলখনত শিল্পী সমাজৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে কয় যে-সন্মিলিত সমাজ মাজুলীৰ আজীৱন সদস্য তথা মাজুলীৰ সু-সন্তান বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক প্ৰয়াত অচ্যুত ভাগৱতীৰ পত্নী প্ৰাঞ্জনা দত্ত এগৰাকী দক্ষ অভিনেত্ৰী গতিকে এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ ৰুচি-অভিৰুচি অনুসৰি অভিনয় কৰাৰ পূৰ্ণ অধিকাৰ আছে।

এগৰাকী অভিনেত্ৰীয়ে নিজে অভিনয় কৰিবলগীয়া নাটকখনৰ পাণ্ডুলিপি পঢ়িবলৈ বিচাৰাটো কেতিয়াও ভূল হ’ব নোৱাৰে বৰঞ্চ এগৰাকী দায়িত্বশীল অভিনেত্ৰীৰ সেয়া প্ৰাৰম্ভিক কৰ্তব্যহে বুলি বুঢ়াভকতে মন্তব্য কৰে।

আনহাতে, কোনো বিশেষ কাৰণ নোহোৱাকৈ অভিনয়েৰে জীৱন নিৰ্বাহ কৰি থকা এগৰাকী অভিনেত্ৰীক এনেদৰে চুক্তিবদ্ধ কৰি হঠাৎ চুক্তি বাতিল কৰা বাবে থিয়েটাৰখনৰ প্ৰযোজক নজৰুল ইছলামকো ধিক্কাৰ দিয়ে মাজুলীৰ সন্মিলিত শিল্পী সমাজে।

তদুপৰি, অভিনেত্ৰী প্ৰাঞ্জনা দত্তক নীতি নিয়মৰ মাধ্যমেৰে বৰদৈচিলা থিয়েটাৰে ক্ষতিপুৰণ আদায় দিয়াৰ বাবে দাবী উত্থাপন কৰি অনাগত দিনত কোনো শিল্পীৰ লগত তেনে কাৰ্য্য সংঘটিত নকৰিবলৈ শিল্পী সমাজে বৰদৈচিলা থিয়েটাৰক সকীয়াই দিয়ে।

Recent News

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd