• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি অ’ল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী আৰু শ্বিলঙৰ ৭২ বছৰীয়া বৰ্ষপূৰ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2019 4:09 pm
All-Iindia-Radio-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী আৰু শ্বিলঙে নিৰবিচ্ছিন্ন  ৭২ বছৰীয়া সেৱা আগবঢ়োৱাৰ বৰ্ষপূৰ্তি উদযাপন কৰে।

১৯৪৮ চনৰ ১ জুলাইত যমজ গুৱাহাটী আৰু শ্বিলং অনাতাৰ কেন্দ্ৰই প্ৰতিষ্ঠা লাভ কৰিছিল। ব্ৰহ্মপুত্ৰৰ পাৰত থকা উজানবজাৰ ঘাটত অৱস্থিত সুন্দৰ কমিশ্যনাৰ আবাসৰ পৰা গুৱাহাটী কেন্দ্ৰটোৰ সেৱা সম্প্ৰচাৰিত হয়।

Apply Now

অসমৰ মুখ্ যমন্ত্ৰী গোপীনাথ বৰদলৈ শ্বিলঙত থকা বিধান সভাৰ ভৱন অনাতাঁৰ কেন্দ্ৰৰ বাবে আৱন্তন জনোৱাৰ পাছত ইয়াৰ দীঘলীয়া যাত্ৰাৰ আৰম্ভণি হয়।

যমজ অনাতাঁৰ কেন্দ্ৰ মুকলি কৰাৰ পাছত ড০ ভূপেন হাজৰিকা, ফণি তালুকদাৰ আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনক অস্থায়ীভাৱে ১ জুন ১৯৪৮ চনত সহকাৰী অনুষ্ঠান সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।

মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈ আৰু মৌলানা মহম্মদ টাইবুল্লাহে সম্পূৰ্ণ আনুষ্ঠিকভাৱে ক্ৰমে শ্বিলং আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ দুটা মুকলি কৰে। মেহেৰা মাছানী শ্বিলং আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰথম ষ্টেশ্যন সঞ্চালক আছিল।

অনাতাঁৰ কেন্দ্ৰ দুটাই গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ পৰা ১ কিলোৱাট ট্ৰেঞ্চমিটাৰ যোগে ইয়াৰ অনুষ্ঠান প্ৰচাৰিত কৰিছিল।

১৯৫৩ চনত অনতাঁৰ কেন্দ্ৰ দুটাৰ ট্ৰেঞ্চমিটাৰ শক্তি ১০ কিলোৱাটলৈ বৃদ্ধি কৰি জালুকবাৰীত স্থাপন কৰা হয়। ইয়াৰ লগে লগে কামৰূপ, নগাঁও আৰু ওচৰৰ জিলাসমূহলৈ অনাতাঁৰ কেন্দ্ৰৰ সেৱা সম্প্ৰসাৰিত হয়।

১৫৫৩ চনতে শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ মুখ্য কাৰ্য্যালয়ৰ স্থান সলনি কৰি গুৱাহাটীৰ চান্দমাৰিত স্থায়ীভাৱে স্থাপন কৰা হয়।

আনহাতে, অসমৰ ৰাজধানী দিচপুৰলৈ লৈ অহাৰ পাছত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰটোৱে সম্পূৰ্ণতা লাভ কৰে।

সম্পুৰ্ণৰূপে আত্মনিৰ্ভলশীল হৈ উঠাৰ পাছৰ পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰই ইয়াৰ শ্ৰোতাসকলৰ বাবে বাতৰি আৰু মনোৰঞ্জন ধৰ্মী অনুষ্ঠান পৰিবেশন কৰি আহিছে।

বৰ্তমান ৩ টা চেনেলৰে সৈতে অল ইণ্ডিয়া গুৱাহাটী এটা সম্পুৰ্ণ স্থানীয় অনাতাঁৰ কেন্দ্ৰ। গুৱাহাটা এ আৰু গুৱাহাটী বি হ’ল এ এম চেনেল আনাহাতে চি বি এছ হ’ল এফ এম চেনেল।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কাৰ্য্যালয়ত সোমবাৰে ইয়াৰ ৭২ বছৰীয়া বৰ্ষপুৰ্তিৰ বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd