• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপত ভাৰতৰ অন্তিমখন খেলত অৱসৰ ল’ব পাৰে মহেন্দ্ৰ সিং ধোনীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2019 5:31 pm
Mahendra Sing Dhoni

মহেন্দ্ৰ সিং ধোনী। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমান এটা অপ্ৰকাশিত সত্য হ’ল চলিত বিশ্বকাপ প্ৰতিযোগিতাৰ শেষৰখন খেল হয়তো মহেন্দ্ৰ সিং ধোনীৰ বাবে ভাৰতীয় দলৰ জাৰ্চিত শেষৰখন খেল হ’ব।

যদিহে ভাৰতে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ১৪ জুলাইত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত ভাৰতে বিশ্বকাপ জয় কৰে তেতিয়াহ’লে এয়া হ’ব ভাৰতীয় ক্ৰিকেটৰ এগৰাকী মহান ক্ৰিকেটাৰক বিদায় জনোৱাৰ বাবে শ্ৰেষ্ঠ সময়।

Apply Now

বি চি চি আইৰ এগৰাকী বিষয়াই পি টি আইৰ আগত মত প্ৰকাশ কৰি কয় ‘মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে কোনোধৰণৰ পূৰ্বানুমান কৰা অসম্ভৱ’। হয়তো ধোনীয়ে বিশ্বকাপৰ পাছত আৰু ভাৰতীয় দলৰ হৈ খেলি নাথাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ধোনীয়ে ক্ৰিকেটৰ তিনিটা সংস্কৰণৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ সময়তো হঠাৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বৰ্তমানৰ দল নিৰ্বাচন সমিতিখনৰ কাৰ্য্যকাল অক্টোৱৰ মাহত সামৰণি পৰিব কিন্তু অহা বছৰ অষ্ট্ৰেলিয়াত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে তেওঁলোকৰ ক্ষমতা পুনৰ বাহাল ৰখাৰ সম্ভাৱনা আছে।

আনহাতে, যদিহে নতুন সমিটিক দায়িত্বভাৰ অৰ্পন কৰা হয় তেনেহ’লে তেওঁলোকে টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্যৰাখি এটা যুৱ দল গঠন কৰাৰ সম্ভৱনা আছে।

ভাৰতে বিশ্বকাপৰ ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰাৰ সময়ত দল নিৰ্বাচক সমিতি অথবা বি চি চি আয়ে কোনোধৰণৰ বিতৰ্কিত মন্তব্য কৰিব বিছৰা নাই।

চলিত বিশ্বকাপ প্ৰতিযোগিতাত ধোনীয়ে সাতখন খেলত ৯৩ ত কৈও অধিক ষ্ট্ৰাইক ৰেটেৰে মুঠ ২২৩ ৰাণ সংগ্ৰহ কৰিছে। কিন্তু ষ্ট্ৰাইক ৰেট ভাল হ’লেও ধোনীয়ে ষ্ট্ৰাইক ৰেট সলনি কৰাত কিছু পৰিমানে ব্যৰ্থ হৈছে।

ধোনীৰ প্ৰদৰ্শনক সমালোচনা কৰি বহুতে তেওঁৰ খেলৰ প্ৰতি থকা মানসিকতা সলনি হোৱা বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ মাৰমুখি বেটিঙেৰে খেল সমাপ্ত কৰিব পৰা বৰ্তমানৰ ক্ষমতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।

ভাৰতী ক্ৰিকেটৰ মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়েও ইংলেণ্ডৰ বিৰুদ্ধে ধোনীৰ খেলক সমালোচনা কৰিছে। কিন্তু দল নিৰ্বাচক সমিতিয়ে কোনোক্ষেত্ৰতে ধোনীক বিশ্বকাপৰ মাজত দলৰ পৰা মূল একাদশত তেওঁক খেলিবলৈ নিদিয়াকৈ থাকিব দিব নোৱাৰে।

ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে কয় যে ভাৰতীয় দল নিৰ্বাচন সমিতিয়ে ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ পাছতে ধোনীক ২০১৯ চনৰ বিশ্বকাপলৈ অভিজ্ঞতাৰ ভিত্তিত দলত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

‘ধোনীক কোনোৱে অৱসৰ গ্ৰহণ কৰাৰ বিষয়ে ক’ব নোৱাৰে, তেওঁ যেতিয়াই অৱসৰ গ্ৰহণৰ বাবে সময় সঠিক বুলি ভাবিব তেতিয়াই নিজে  অৱসৰ গ্ৰহণ কৰিব’ আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ সিদ্ধান্তত এনেদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd