• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত উত্তপ্ত পৰিস্থিতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2019 2:45 pm
5.9k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈ থকা ভঙাগড় শ্ৰীমন্তপুৰৰ ভবেন্দ্ৰ চৌধুৰী (৪৬) নামৰ লোকজনে বুধবাৰে নিশাৰ ভাগত মৃত্যুক সাবটি লয়।

চিকিৎসকৰ অৱহেলা আৰু গাফিলতিৰ ফলতে ৰোগীজনে মৃত্যুক সাৱটি লগীয়া হয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।

প্ৰাপ্ত তথ্য মতে চৌধুৰীক যোৱা ২৭ জুনত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। কালি নিশা চৌধুৰীৰ শৰীৰৰ অৱস্থা বেয়াৰ ফালে ঢাল খোৱাত হস্পিতালখনৰ চেণ্ট্ৰেল আই চি ইউত তেওঁক সোমোৱা হয় যদিও তেওঁ মৃত্যুক সাবটি লয়।

আনহাতে তেওঁৰ অৱস্থা বেয়াৰ ফালে যোৱাৰ পাছতো চিকিৎস্যকে পৰিয়ালৰ লোকক অৱগত নকৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ। তদুপৰি ৰোগীজনৰ চিকিৎসাৰ দায়িত্বত থকা জ্যেষ্ঠ চিকিৎসক ঘনশ্যাম বসুমতাৰীক কালি নিশা ৰোগীজনৰ পৰিয়ালে যোগাযোগ কৰাত তেওঁ চিকিৎসা কৰিবলৈ নাহো বুলি কয়।

ইয়াৰ বিপৰীতে চিকিৎসক গৰাকীয়ে কয় যে আগৰ পৰাই ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় আছিল।

ইপিনে আজি পুৱাৰ ভাগত নিহত লোকজনৰ পুত্ৰ ৰাজীৱ চৌধুৰীয়ে জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ঘনশ্যাম বসুমতাৰীৰ বিৰুদ্ধে ধাৰা নং ৩০৪ৰ অধীনত ভঙাগড় থানাত ২৩৭/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰে বুলি ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খগেশ্বৰ ৰাভাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd