• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবৰ দ্বাৰা শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ কাম-কাজৰ পৰ্যালোচনা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 6, 2019 6:51 am
শিৱসাগৰত জাপানীজ  এনকেফেলাইটিছ ৰোগৰ সম্পৰ্কীয় পৰ্যালোচনা বৈঠক

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সম্পৰ্কীয় পৰ্যালোচনা বৈঠক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত এক সভাত  স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ বিভিন্ন কাম-কাজৰ পয্যালোচনা কৰে।

উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত পৰ্য্যালোচনা সভাত আয়ুক্ত সচিব গৰাকীয়ে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগ সমূহক সু-সমন্বয় ৰক্ষা কৰি এক শক্তিশালী কাৰ্যপন্থাৰ মাধ্যমেৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে এই সন্দৰ্ভত প্ৰতিৰোধমূলক ব্যৱস্থাৱলী ক্ষীপ্ৰতাৰে আৰু বহুলভাৱে গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Apply Now

সভাত জিলা উপায়ুক্তই আয়ুক্ত সচিব গৰাকীক জাপানীজ এনকেফেলাইটিছ আৰু অন্যান্য একিউট এনকেফেলাইটিছ লক্ষ্যণ প্ৰতিৰোধ সন্দৰ্ভত জিলাখনত চলি থকা টাস্ক ফৰ্চৰ বিভিন্ন কাম-কাজ যেনে এনে ৰোগ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা শিশু আৰু প্ৰাপ্তবয়স্ক সকলৰ ভেকচিনিনেছন ব্যৱস্থা, ধোঁৱা দিয়া, আঁঠুৱা ঔষধীকৰণ কৰা, এই ৰোগ চিনাক্তকৰণৰ বাবে গ্ৰহণ কৰা পৰীক্ষাৰ ব্যৱস্থা, ৰোগীক প্ৰদান কৰা চিকিৎসামূলক ব্যৱস্থা, এই ৰোগ সম্পৰ্কে ৰাইজৰ মাজত চলোৱা সজাগতা অভিযান ইত্যাদি সম্পৰ্কে বিতংভাৱে অৱগত কৰে।

জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰিপুন বৰপূজাৰীয়ে এক পাৱাৰ পইণ্ট প্ৰেজেন্টেচনৰ মাধ্যমেৰে ২০১৪ চনৰ পৰা ২০১৯ চনলৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত একিউট এনকেফেলাইটিছ চিন্দ্ৰম আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ স্থিতি সম্পৰ্কীয় এক প্ৰতিবেদন উপস্থাপন কৰে। প্ৰতিবেদনত ২০১৪ চনত ১২৮ গৰাকী একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ ৰোগী চিনাক্তকৰণ আৰু ৬৪ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্তকৰণৰ বিপৰীতে ২০১৯ চনত ৩৪ গৰাকী একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ ৰোগী চিনাক্তকৰণ আৰু ১৬ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগী চিনাক্তকৰণ কৰা হৈছে বুলি উল্লেখ কৰা হয়।

চলিত বৰ্ষত এগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগীৰ জিলাখনত মৃত্যু হৈছে। প্ৰতিবেদনত এই ৰোগৰ প্রতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়েও পৰামৰ্শ আগবঢ়োৱা হয়।

পৰ্য্যালোচনা কালত আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে জিলা প্ৰশাসন আৰু টাক্স ফৰ্চৰ দ্বাৰা জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ চিন্দ্ৰমৰ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তোষ প্ৰকাশ কৰে। তেওঁ এই ৰোগক লৈ ৰাইজৰ মাজত যাতে কোনো ধৰণৰ ভয় বা ত্ৰাসৰ সৃষ্টি নহয় এই বিষয়ে সংশ্লিষ্ট সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু বহুলভাৱে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

সভাত অন্যান্য সকলৰ লগতে জিলাখনৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙো উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd