• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্গিল যুদ্ধৰ স্মৃতিত নিৰ্মিত ভিডিঅ’ত তাৰকাৰ মাজত অসমৰ জুবিন-যতীন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2019 11:17 am
Bipin Rawat Indian Army

বিপিন ৰাৱাট, যতীন বৰা আৰু জুবিন গাৰ্গ। সম্পাদিত আলোকচিত্ৰ

28.7k
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক কাৰ্গিল যুদ্ধৰ শ্বহীদ আৰু প্ৰবীণ যুদ্ধ সৈনিক সকলক কৃতজ্ঞতা জ্ঞাপনৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে প্ৰস্তুত কৰা এটা ভিডিঅ’ সংগীতত পুনৰবাৰ অসম আৰু উত্তৰ-পূবক সগৌৰৱে উপস্থাপন কৰা হয়।

ভিডিঅ’টোত বলীউদৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্ছন, সুনীল চেত্ৰী, চলমান খান, ভিকি কৌশল আদিৰ লগতে অসমৰ জয়প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, অভিনেতা যতীন বৰা, আইমী বৰুৱা আৰু তাৰকা বক্সাৰ তথা মণিপুৰৰ জিয়ৰী মেৰীকমে ভূমুকি মাৰে।

#Kargil Victory is the #Victory of the Nation, victory of our #Courage #Valour #Sacrifice#Kargil #Tribute #Song 'An Ode to the Kargil Soldier' released at New Delhi by General Bipin Rawat #COAS on 05 July 2019. #IndianArmy #20YearsOfKargilVijay https://t.co/6Sp05ccOoC

— ADG PI – INDIAN ARMY (@adgpi) July 5, 2019

আৰ্মি সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাটে শুকুৰবাৰে নতুন দিল্লীত ২০ সংখ্যক কাৰ্গিল বিজয় দিৱস পালনৰ পূৰ্বে যুদ্ধত প্ৰাণ আহুতি দিয়া সৈনিকসকল আৰু বৰ্ষীয়ান সেনাবাহিনীৰ জোৱানসকলক সন্মান জনোৱাৰ উদ্দেশ্যৰে প্ৰস্তুত কৰা ভিডিঅ’ ছংটো মুকলি কৰে।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাৱাটে পাকিস্তানে ভবিষ্যতে কেতিয়াও দ্বিতীয়বাৰৰ বাবে ভাৰতৰ মাটিত প্ৰৱেশ কৰাৰ সাহস কৰিব নোৱাৰে বুলি উল্লেখ কৰে।

কাৰ্গিল যুদ্ধৰ নায়কসকলক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্য নিৰ্মান কৰা ভিডিঅ’ ছংটো পৰিচালনা কৰে অসমৰ সুসন্তান জুৱানা জৈন আৰু তেওঁৰ স্বামীয়ে। গীতটোৰ কথা প্ৰখ্যাত হিন্দী গীতিকাৰ সমীৰ অঞ্জনৰ আৰু কণ্ঠ নিগৰাইছে সমীৰ আৰু সতদ্ৰু কবিৰে।

পৰিচালক জানুৱা জৈন গুৱাহাটীৰ প্ৰয়াত ভূপেন্দ্ৰ নাথ ভাগৱতী আৰু ড০ নিলিমা ভাগৱতীৰ কন্যা।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd