• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৭ তাৰিখে বজাৰত মুকলি হ’ব Redmi K20 আৰু Redmi K20 Pro – কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2019 7:30 pm
05_07_2019-redmi-k20-pro_19373027
58k
VIEWS
Share on FacebookShare on Twitter

স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে জুলাই মাহত আছে কেইবাটাও ভাল খবৰ। বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই মাহৰ ১৭ তাৰিখে ভাৰতৰ মোবাইল বজাৰলৈ আহি আছে ৰেডমি কে ২০ (Redmi K20) আৰু ৰেডিমি কে ২০ প্ৰ’ (Redmi K20 Pro)। এই কথা জনাইছে চাওমিয়ে।

মুকলিৰ লগে লগে দুয়োটা ফোনে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। জানিব পৰা মতে ৰেডমি কে ২০ ফোনটোৰ ভাৰতীয় বজাৰ মূল্য ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকা আৰু ৰেডমি কে ২০ প্ৰ’ ফোনটোৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব।

ৰেডমি কে ২০ প্ৰ’ৰ বৈশিষ্ট্য

১. ডুৱেল ছিম(নেনো)

২. ৬.৩৯ ইঞ্চিৰ স্ক্ৰীণ(ফুল এইচ ডি)।

৩. স্নেপড্ৰেগন ৮৫৫ প্ৰচেছৰ

৪. ৮ জিবি ৰেম

৫. ২৫৬ জিবি ইন্টাৰেনল ষ্টোৰেজ।

৬. তিনিটা ৰেয়াৰ কেমেৰা। প্ৰাইমাৰী কেমেৰা(৪৮ মেগা পিক্সেল), ছেকেণ্ডাৰী কেমেৰা (১৩ মেগা পিক্সেল) আৰু তৃতীয়টো চেঞ্চৰ ৮ মেগা পিক্সেলৰ। তদুপৰি ভিডিঅ’ কলিং আৰু ছেল্ফিৰ বাবে দিছে ২০ মেগা পিক্সেলৰ পপ আপ ছেল্ফি কেমেৰা।

৭. ৪০০০ এম এ এইচ বেটেৰী।

৮. ওজন ১৯১ গ্ৰাম।

ৰেডমি কে ২০ৰ বৈশিষ্ট্য

ৰেডমি কে ২০ৰ প্ৰচেছৰ ৭৩০। ইয়াৰ বাহিৰে ৰেডমি কে ২০ দেখিবলৈ আৰু ইয়াৰ বৈশিষ্ট্য প্ৰায় ৰেডমি কে ২০ প্ৰ’ৰ দৰে।

উল্লেখ্য যে ৰেডমি কে ২০ আৰু কে ২০ প্ৰ’ৰ উপৰি অহা ১৫ জুলাইত মোবাইল বজাৰত উপলব্ধ হ’ব ৰিয়েলমি এক্স। মোবাইল বিশেষজ্ঞ সকলৰ মতে ৰেডমি কে ২০ ছিৰিজে ৰিয়েলমি এক্সক যথেষ্ট প্ৰত্যাহ্বান জনাব।

Recent News

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

ধৰ্মীয় আৱেগক আঘাত কৰা মেছেজ প্ৰেৰণ কৰাৰ বাবে অনিৰ্দিষ্টকাললৈ জেলত ৰাখিব নোৱাৰিব: মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd