• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ দিশত সষ্টম হৈ থকাৰ বাবে জিলা উপায়ুক্তসকলক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2019 5:47 pm
DSC_0470

জিলা উপায়ুক্তসকলৰ সৈতে সোনোৱালৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পৰা ভিডিঅ’ অনফাৰেন্স যোগে জিলা সমূহৰ উপায়ুক্ত সকলৰ লগতে জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ জেষ্ঠ বিষয়াসকলৰ সৈতে ৰাজ্যত শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোনা কৰাৰ উপৰি বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত উপায়ুক্তসকলক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এই সংক্ৰান্তত পৰ্যালোচনা কৰাৰ সময়ত কয় যে বান প্ৰভাৱিত লোকসকলে উপযুক্ত সেৱা আৰু সঁহাৰি লাভ কৰাটো নিশ্চিত কৰিব লাগিব। মুখ্য মন্ত্ৰীয়ে বান প্ৰভাৱিত জনসাধাৰণক অহৰ্নিশে সেৱা আগবঢ়োৱাৰ দিশত সহায়ক হোৱাকৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ  বাবেও উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে বান প্ৰভাৱিত এলেকা সমূহত স্থাপন কৰা সাহায্য শিৱিৰ, সাহায্য সামগ্ৰী বিতৰণৰ বিষয়েও বুজ লোৱাৰ উপৰি বানাক্ৰান্ত জিলা কেইখনৰ পশুধনৰ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সম্পৰ্কতো বুজ লয়।

Apply Now

মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত জনসাধাৰণে যাতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰিব পৰা যায় সেই সম্পৰ্কতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।সোণোৱালে জিলা উপায়ুক্তসকলক সংশ্লিষ্ট জিলা সমূহত চিকিৎসকৰ অভাৱ থাকিলে স্বাস্থ্য সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰি এই দিশত ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ বাবেও জিলা উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চল সমূহৰ পশুধনৰ সঠিক চিকিৎসা সেৱা আগবঢ়োৱাৰ দিশত দৃঢ় পদক্ষেপ লোৱাৰ বাবেও নিৰ্দেশ দিয়ে আৰু পশুধন সমূহৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱৰ দিশটোৰ প্ৰতি লক্ষ্যৰাখি সোণোৱালে সাহায্য শিৱিৰত কোনো বানাক্ৰান্তৰ জ্বৰ ইত্যাদিৰ লেখীয়া বেমাৰ হ’লে তেওঁলোকৰ তেজৰ নমুনা সাহায্য শিৱিৰৰ পৰাই সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে।

আনহাতে, উদ্ধাৰ অভিযানৰ দিশত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে ল’ব পৰা ক্ষীপ্ৰৰ পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰীয়ে উপায়ুক্ত সকলক এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে বৰ্তমান বাহৰ পাতি থকা সংশ্লিষ্ট জিলা সমূহৰ জিলা প্ৰশাসনৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিবলৈও নিৰ্দেস দিয়ে। মুখ্য মন্ত্ৰীয়ে বানাক্ৰান্ত অঞ্চলত জনসাধাৰণৰ সা-সম্পত্তি সুৰক্ষাৰ নিশ্চিতিকল্পে বানাক্ৰান্ত অঞ্চলসমূহত আৰক্ষী বাহিনীৰ নিয়মীয়া তহলৰ ব্যৱস্থা লোৱাৰ বাবেও আৰক্ষী কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

তদুপৰি, বানপানীৰ সময়ত বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে যাতে কোনো ধৰণৰ বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত নহয় সেই দিশত উপযুক্ত পদক্ষেপ লোৱাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে বানপানীৰ ফলত যদিহে কোনো লোকৰ মৃত্যু হয় তেতিয়াহ’লে নিহত হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ তাৎক্ষণিকভাৱে এককালীন সাহায্যৰ ধনৰাশি মোকলাই দিয়াৰ ব্যৱস্থা ল’বলৈও জিলা উপায়ুক্তসকলক তেওঁ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd