• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ; একেটা দিনতে ১৬জন ব্যক্তিৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2019 10:09 am
Japanese Encephilities

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।উৎস-ইণ্টাৰনেট

1.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত প্ৰলয়ংকাৰী বানৰ বিভীষিকাময় পৰিস্থিতিৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগে বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে। কালিৰ দিনটোতে ৰাজ্যৰ বিভিন্ন স্থানত জাপানিজ এনকেফেলাইটিছ আৰু একিউ এনকেফেলাইটিছত ১৬জন লোকৰ মৃত্যু হৈছে।

ইয়াৰ ভিতৰত জাপানিজ এনকেফেলাইটিছত ৬জন আৰু একিউ এনকেফেলাইটিছসদৃশ ৰোগত ১০জন লোকে প্ৰাণ হেৰুৱায়। চৰকাৰী হিচাপ মতে কালি পৰ্যন্ত ইয়াৰ ফলত ৰাজ্যত ২৭৪ গৰাকী ব্যক্তিয়ে মৃত্যুক সাবটি লৈছে। আনহাতে দুয়োটা ৰোগত এতিয়ালৈকে আক্ৰান্ত হৈছে ১৪০৯ গৰাকী ব্যক্তি।

কিন্তু পৰিস্থিতিয়ে ইমান গুৰুতৰ ৰূপ লোৱাৰ পিছতো ৰাজ্য চৰকাৰ বা স্বাস্থ্য বিভাগে কোনোধৰণৰ বিশেষ তৎপৰতা দেখুৱা পৰিলক্ষিত হোৱা নাই। আনকি খোদ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চিকিৎসক, নাৰ্ছকে ধৰি সকলো চিকিৎসা কৰ্মীৰ ছুটী বাতিল কৰি বিদেশত গৈ ক্ৰিকেট বিশ্বকাপ উপভোগ কৰাত ব্যস্ত আছিল।

আনহাতে জানিব পৰা মতে উক্ত ৰোগৰ স্পৰ্শকাতৰ হিচাপে বিবেচিত বিভিন্ন অঞ্চলত এই পৰ্যন্ত জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰোগ নিয়ন্ত্ৰণৰ বাবে ফ’গিং, ঔষধযুক্ত আঁঠুৱা বিতৰণ আদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

উল্লেখযোগ্য যে কালি জাপানিজ এনকেফেলাইটিছৰ ফলত মৃত্যু হোৱা ৰোগী সকল দৰং, লখিমপুৰ, যোৰহাট, বৰপেটা, হাইলাকান্দি. তিনিচুকীয়া আদি জিলাকেইখনৰ বিভিন্ন চিকিৎসালয়য় আই চি ইউত ভৰ্তি হৈ আছিল।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd