• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপানীত আক্ৰান্ত লোকৰ খবৰ ল’বলৈ আহি নাও দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা বিধায়ক ৰকিবুল হুছেইনৰ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 17, 2019 7:31 am
Untitled

চামগুৰিত ৰকিবুল হুছেইনৰ নাও দুৰ্ঘটনা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানপানীত ক্ষতিগ্ৰস্ত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা, বগামুখ অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি মঙলবাৰে নাও দুৰ্ঘটনাত পতিত হৈ কথমপি প্ৰাণ ৰক্ষা পৰে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ। ৩ নং ভূৰবন্ধাত বানাক্ৰান্ত ৰাইজৰ খবৰ  লবলৈ আহি থকা সময়তে বিধায়কগৰাকীৰ নাওখন দুৰ্ঘটনাগ্ৰস্ত হয় যদিও দেহৰক্ষী আৰু উপস্থিত ৰাইজৰ তৎপৰতাত বিধায়কগৰাকীৰ কোনো ক্ষতি নহয়।

বানপানীত আক্ৰান্ত ৰাইজৰ খবৰ লৈ ৰকিবুলে বিপদৰ সময়ত বাঘে, ছাগে একেলগে বাস কৰি বুলি উল্লেখ কৰি এই সংকতৰ সময়ত ৰাজনীতি, ধৰ্ম আদি বিচাৰ কৰাৰ সময় নহয় বুলি মন্তব্য কৰে।

Apply Now

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা, ভূৰবন্ধা,বগামুখকে প্ৰমুখ্য কৰি প্ৰায় সাতখন গাঁৱৰ চাৰি হাজাৰৰো অধিক লোক ব্ৰহ্মপুত্ৰৰ বলিয়া বানৰ কৱলত পৰি দিক্-বিদিক হেৰুৱাৰ লগতে চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত হোৱাত ভূক্তভোগী বানাক্ৰান্তসকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে তিনিটাকৈ কৃষি বান্ধ ভঙাৰ ফলত ১নং ,৩নং আৰু ৪ নং ভূৰবন্ধা গাঁও আৰু ৪নং,৫নং,৬নং আৰু ৭ নং বগামুখ গাঁও সম্পূৰ্ণ জলমগ্ন হৈ পৰাৰ ফলত ৩ নং ভূৰবন্ধা শান্তি বজাৰ মাথাউৰি আৰু পকী পথৰ ওপৰতে বানাক্ৰান্ত সকলো অস্থায়ী আশ্ৰয় গৃহ নিৰ্মাণ কৰি দুৰ্বিসহ জীৱন  যাপন কৰিব লগা হৈছে।

বানাক্ৰান্ত লোকসকলক প্ৰশাসনৰ ফালৰ পৰা সামান্য পৰিমাণৰ চাউল আৰু দালি যোগান ধৰিছে যদিও সকলো বানাক্ৰান্তই সমভাৱে চৰকাৰী সাহায্য নোপোৱাত ক্ষোভ ব্যক্ত কৰিছে।

আনহাতে, বান বিধ্বস্ত অঞ্চল সমূহত সামান্য পৰিমানৰ পানী কমিছে যদিও উক্ত অঞ্চল সমূহৰ বানাক্ৰান্তৰ মাজত বিশেষকৈ শিশু খাদ্য, পশুধনৰ খাদ্য, শৌচালয়ৰ ব্যৱস্থা , বিশুদ্ধ খোৱা পানী প্ৰশাসনৰ ফলৰ পৰা সঠিকভাৱে যোগান ধৰিব নোৱাৰাত ভূক্তভোগী সকলৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd