• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বানপানীত আক্ৰান্ত লোকৰ খবৰ ল’বলৈ আহি নাও দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা বিধায়ক ৰকিবুল হুছেইনৰ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 17, 2019 7:31 am
Untitled

চামগুৰিত ৰকিবুল হুছেইনৰ নাও দুৰ্ঘটনা

1.1k
VIEWS
Share on FacebookShare on Twitter

বানপানীত ক্ষতিগ্ৰস্ত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভূৰবন্ধা, বগামুখ অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি মঙলবাৰে নাও দুৰ্ঘটনাত পতিত হৈ কথমপি প্ৰাণ ৰক্ষা পৰে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ। ৩ নং ভূৰবন্ধাত বানাক্ৰান্ত ৰাইজৰ খবৰ  লবলৈ আহি থকা সময়তে বিধায়কগৰাকীৰ নাওখন দুৰ্ঘটনাগ্ৰস্ত হয় যদিও দেহৰক্ষী আৰু উপস্থিত ৰাইজৰ তৎপৰতাত বিধায়কগৰাকীৰ কোনো ক্ষতি নহয়।

বানপানীত আক্ৰান্ত ৰাইজৰ খবৰ লৈ ৰকিবুলে বিপদৰ সময়ত বাঘে, ছাগে একেলগে বাস কৰি বুলি উল্লেখ কৰি এই সংকতৰ সময়ত ৰাজনীতি, ধৰ্ম আদি বিচাৰ কৰাৰ সময় নহয় বুলি মন্তব্য কৰে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱা, ভূৰবন্ধা,বগামুখকে প্ৰমুখ্য কৰি প্ৰায় সাতখন গাঁৱৰ চাৰি হাজাৰৰো অধিক লোক ব্ৰহ্মপুত্ৰৰ বলিয়া বানৰ কৱলত পৰি দিক্-বিদিক হেৰুৱাৰ লগতে চৰকাৰী সাহায্য লাভৰ পৰা বঞ্চিত হোৱাত ভূক্তভোগী বানাক্ৰান্তসকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে তিনিটাকৈ কৃষি বান্ধ ভঙাৰ ফলত ১নং ,৩নং আৰু ৪ নং ভূৰবন্ধা গাঁও আৰু ৪নং,৫নং,৬নং আৰু ৭ নং বগামুখ গাঁও সম্পূৰ্ণ জলমগ্ন হৈ পৰাৰ ফলত ৩ নং ভূৰবন্ধা শান্তি বজাৰ মাথাউৰি আৰু পকী পথৰ ওপৰতে বানাক্ৰান্ত সকলো অস্থায়ী আশ্ৰয় গৃহ নিৰ্মাণ কৰি দুৰ্বিসহ জীৱন  যাপন কৰিব লগা হৈছে।

বানাক্ৰান্ত লোকসকলক প্ৰশাসনৰ ফালৰ পৰা সামান্য পৰিমাণৰ চাউল আৰু দালি যোগান ধৰিছে যদিও সকলো বানাক্ৰান্তই সমভাৱে চৰকাৰী সাহায্য নোপোৱাত ক্ষোভ ব্যক্ত কৰিছে।

আনহাতে, বান বিধ্বস্ত অঞ্চল সমূহত সামান্য পৰিমানৰ পানী কমিছে যদিও উক্ত অঞ্চল সমূহৰ বানাক্ৰান্তৰ মাজত বিশেষকৈ শিশু খাদ্য, পশুধনৰ খাদ্য, শৌচালয়ৰ ব্যৱস্থা , বিশুদ্ধ খোৱা পানী প্ৰশাসনৰ ফলৰ পৰা সঠিকভাৱে যোগান ধৰিব নোৱাৰাত ভূক্তভোগী সকলৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd