• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বানপীড়িত ৰাইজলৈ দুই কংগ্রেছী সাংসদে আগবঢ়ালে প্ৰথম মাহৰ দৰমহা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 17, 2019 2:39 pm
দুই কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু প্ৰদ্যুত বৰদলৈ

দুই কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু প্ৰদ্যুত বৰদলৈ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে কংগ্ৰেছৰ দুই সাংসদ নগাঁও লোকসভা সমষ্টিৰ প্ৰদ্যুত বৰদলৈ আৰু বৰপেটা লোকসভা সমষ্টিৰ আব্দুল খালেকে।

আজি নিজৰ ফে’চবুক প’ষ্টৰ যোগে অসমৰ দুয়োগৰাকী নৱ নিযুক্ত সাংসদে তেওঁলোকৰ প্ৰথম মাহৰ দৰমহাটো বানাক্ৰান্ত ৰাইজলৈ অৰিহণা হিচাপে দিয়াৰ কথা ঘোষণা কৰে।

Apply Now

‘অসমৰ বানপীড়িত ৰাইজক সকাহ দিয়া কাৰ্যত সহায় কৰিবলৈ অসমৰ Chief Minister’s Relief Fundত মোৰ দৰমহাৰ টকাখিনি অৰিহনা হিচাপে আগবঢ়ালো।‘ ফে’চবুক প’ষ্টত প্ৰদ্যুত বৰদলৈয়ে এইদৰে কয়।

আনহাতে আজি পুৱা বৰপেটাৰ সাংসদ আব্দুল খালেকে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাক বন্যাৰ্তসকলৰ সাহাৰ্য্যাৰ্থে এটা বেংক একাউণ্ট খুলিবলৈ পৰামৰ্শ দিয়ে আৰু উক্ত একাউণ্টত তেওঁৰ এমাহৰ দৰমহা বানপীড়ীত সকলৰ সাহায্যাৰ্থে আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই প্ৰচেষ্টাত সমগ্ৰ বঙাইগাঁও জিলা আৰু নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিক সামৰি লোৱা হৈছে বুলিও তেওঁ ফে’চবুক প’ষ্টত উল্লেখ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে assam.mygov.in নামৰ ৱেবচাইটটোৰ জৰিয়তে ৰাজ্যৰ বানাক্ৰান্ত ৰাইজলৈ সহায় বিচাৰি অনুৰোধ জনোৱাৰ পিছতে উক্ত সাংসদ দুগৰাকী এইদৰে নিজৰ অৰিহনা আগবঢ়ায়।

উল্লেখযোগ্য যে, অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্রৰ পৰা পাপ্য পুঁজি আৰু সাহায্য বিচাৰি নতুন দিল্লীৰ সাংসদ ভৱনৰ চৌহদত অসমৰ কংগ্ৰেছী সাংসদসকলে যোৱা ১৫ জুলাইত এক ধৰ্ণা কায্যসূচী ৰূপায়ন কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd