• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টিক টক, হেল’লৈ জাননী প্ৰেৰণ, বন্ধ কৰাৰ সকীয়নি ভাৰত চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2019 6:09 pm
Tik Tok-Helo: Govt of India seeks answers, threatens to ban

ৰিতাৰ্ন অৱ তিক তক।

1.2k
VIEWS
Share on FacebookShare on Twitter

চ’চিয়েল মিদিয়া প্লেটফৰ্ম টিক টক আৰু হেল’লৈ ভাৰত চৰকাৰৰ ইলেকত্ৰনিকছ আৰু আই টি মন্ত্ৰ্যালয়ে শেহতীয়াকৈ এক জাননী প্ৰেৰণ কৰিছে।

বাতৰি মতে, সেই জাননীত এপ দুটাৰ কৰ্তৃপক্ষৰ পৰা মন্ত্ৰ্যালয়ে ২১টা প্ৰশ্নৰ স্পষ্ট উত্তৰ বিচাৰিছে। আৰু সঠিক উত্তৰ দিয়াত বিফল হ’লে চৰকাৰে এপ দুটা বন্ধ কৰি দিব।

লগতে পঢ়ক– খৰধৰ কৰক! দিনে ১ লাখকৈ টকাৰ অ’ফাৰ টিক টকৰ, অসমৰ বাবেও মুকলি

প্লেটফৰ্ম দুটা “দেশবিৰোধী কাৰ্য্যকলাপ”ত ব্যৱহৃত হোৱা বুলি ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ পৰিয়ালৰ অন্তৰ্ভুক্ত স্বদেশী জাগৰণ মঞ্চই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া অভিযোগৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বাতৰি মতে, ব্যৱহাৰকাৰীৰ তথ্য “আন দেশ, তৃতীয় পক্ষ বা কোনো ব্যক্তিগত গোটলৈ” সৰবৰাহ নকৰাৰ নিশ্চিতি প্লেটফৰ্মকেইটাৰ পৰা বিচৰা হৈছে।

টিক টক আৰু হেল’ই এক যুটীয়া বিবৃতিযোগে এই অভিযোগ অস্বীকাৰ কৰা বুলিও বাতৰিত প্ৰকাশ।

তেওঁলোকে কৈছে যে তেওঁলোকৰ কাৰণে ভাৰত এক শক্তিশালী বজাৰ আৰু পৰৱৰ্তী তিনিটা বছৰত ইয়াত ১ বিলিয়ন ডলাৰতকৈয়ো অধিক ধন বিনিয়োগ কৰাৰ বাবে তেওঁলোকে পৰিকল্পনা কৰিছে আৰু তেওঁলোকে ইয়াৰ স্থানীয় সম্প্ৰদায়ৰ দায়িত্ব স্বীকাৰ কৰে।

স্কিল ইণ্ডিয়া কাৰ্য্যসূচীত ইতিমধ্যে তেওঁলোকে সহযোগিতা আগবঢ়োৱাৰ কথাও কোম্পানিকেইটাই উল্লেখ কৰিছে।

বৰ্তমানৰ টিক টক এপ স্ত’ৰৰ আটাইতকৈ জনপ্ৰিয় বিনামূলীয়া এপ হোৱাৰ লগতে প্লে’ স্ত’ৰৰো সৰ্বাধিক জনপ্ৰিয় চ’চিয়েল এপ।

এপটোৰ ওপৰত যোৱা ৩ এপ্ৰিলত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ২৪ এপ্ৰিলত “চৰ্তসাপেক্ষে” উঠাই লৈছিল।

চীনা কাম্পেনি বাইতদান্স মালিকানাধীন বিনামূলীয়া এপটোৰ গোটেই পৃথিৱীত আছে ১ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী, তাৰ প্ৰায় দুশ মিলিয়ন ভাৰতৰ।

Recent News

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

যুৱ কবি অশ্বিনী কুমাৰ ফুকনৰ বিৰুদ্ধে চৰম পন্থা বাছি ল’বলৈ যুৱতীক উচতনি দিয়াৰ অভিযোগ!

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd