• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ দাবী আপত্তি বিচাৰ : বিপন্ন জনৰ কাষত থিয় হ’বলৈ আহ্বান সচেতন নাগৰিকৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 18, 2019 6:12 pm
IMG-20190717-WA0039

ঘাইসূঁতিৰ সচেতন নাগৰিক মঞ্চ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ দাবী আপত্তি বিচাৰৰ নামত সাম্প্ৰতিক অসমত সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যখনৰ জনসাধাৰণক বিপন্ন জনৰ কাষত থিয় হ’বলৈ আহ্বান জনাইছে দুই শতাধিক  ঘাইসূঁতিৰ সচেতন নাগৰিকে।

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মীকে ধৰি  দুই শতাধিক নাগৰিকৰ স্বাক্ষৰৰে অসমৰ ৰাইজলৈ এই আহ্বান জনাইছে ঘাইসূঁতিৰ সচেতন নাগৰিক মঞ্চই।

Apply Now

নিৰুপমা  বৰগোহাঞি, ড° অৰূপা পটংগীয়া কলিতা, তোষপ্ৰভা কলিতা, দিৱস ফুকন আদি বহুতো বিশিষ্ট ব‍্যক্তি শিক্ষাবিদে অংশগ্ৰহণ কৰা সংবাদমেলখনত বিশিষ্ট ব‍্যক্তিসকলে ৰাইজক নাগৰিক পঞ্জীৰ নামত হাৰাশাস্তি হোৱা মানুহৰ মাজত থিয় হোৱাৰ আহ্বান জনায় ।

এন আৰ চি, ডি ভোটাৰ আদিৰ নামত সঘনাই  মানৱ অধিকাৰ উলংঘনৰ ঘটনাক লৈও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে।

এই সন্দৰ্ভত বিশিষ্ট লেখিকা ড° অৰুপা পটংগীয়াই কয়, ‘’ অসমীয়া ঘাইসূঁতিৰ মানুহে সদায় বিপন্ন জনৰ কাষত থিয় হোৱাৰ ইতিহাস আছে আৰু আজিও আমি এই ইতিহাস আগুৱাই নিব লাগিব। এন আৰ চি আমাক লাগিব সেইটো হয়। কিন্তু বাংলাদেশী বাংলাদেশী কৰি থকা এই ৰাজনীতি শেষ হ’ব লাগে।‘’

ছাত্র জীৱনৰে পৰা বিদেশী খেদা আন্দোলনৰ সৈতে জড়িত আঞ্চলিকতাবাদী নেতা দিৱস ফুকনে কয়, ‘’বিদেশী বিতাড়নৰ কোনো বাস্তৱ নীতি নথকা চৰকাৰে বিদেশীৰ সমস‍্যাক লৈ কেৱল ৰাজনীতি কৰি আহিছে।‘’

এন আৰ চিৰ হৈ মাত মাতি অহা হৰ কুমাৰে কয়, ‘’ষড়যন্ত্ৰমূলকভাৱে এন আৰ চি প্ৰক্ৰিয়া দীৰ্ঘায়িত কৰিব বিচাৰিছে চৰকাৰে। চৰকাৰৰ উদ্দেশ্য মানুহক ভীতিগ্ৰস্ত কৰি ৰখা।‘’

আনহাতে, সংবাদমেল যোগে ঘাইসূঁতিৰ অসমীয়া সচেতন নাগৰিক মঞ্চই  ডিটেনশ্যন কেম্পৰ দৰে অমানৱীয় ব‍্যৱস্থা বন্ধ কৰা, স্বদেশীক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ বন্ধ কৰা, সকলো ভাৰতীয় নাগৰিককে এন আৰ চিত অন্তৰ্ভুক্ত কৰা আদি কিছুমান দাবী উত্থাপন কৰে।

উল্লেখ‍্য যে অসমৰ আগশাৰীৰ সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মীয়ে স্বাক্ষৰ প্ৰদান কৰা গোহাৰি পত্ৰখনত নীলমণি ফুকন, ড° হীৰেণ গোঁহাই, নিৰুপমা বৰগোহাঞি, তোষপ্ৰভা কলিতাকে ধৰি দুই শতাধিক ব‍্যক্তিয়ে স্বাক্ষৰ প্ৰদান কৰে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd