• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামত পথ মেৰামতিৰ নামত দুৰ্নীতি; নিৰ্মাণৰ ৪৮ ঘণ্টাৰ পিছতে বখলা-বখলে এৰিছে পকী পথ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
July 20, 2019 6:39 pm
683
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ ৪৮ ঘণ্টা নৌহওঁতেই চপৰা-চপৰে খহিলে শিলগুটি আলকতৰা মিশ্ৰণৰ ডাঠ প্ৰলেপ।

পুৰণিগুদাম কেঞাপট্টীৰ সুদীৰ্ঘ মসৃণ ৰাজপথ চোৱা মেৰামতি কৰাৰ পিছত হোৱা চৰম দুৰৱস্থাক কেন্দ্ৰ কৰি ৰাজ্যৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে এতিয়া চুড়ান্ত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাজপথ চোৱাত সৃষ্টি হৈছে দীঘলীয়া নলাৰ, চিৰাল ফাট দিছে পথৰ বৃহৎ অংশ।

উল্লেখযোগ্য যে শুক্ৰবাৰে পুৱাৰ পৰা শনিবাৰে দুপৰীয়া পৰ্য্যন্ত প্ৰায় ৪-৫ টা সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত প্ৰায় ৫-৬ জনকৈ লোক আঘাতপ্ৰাপ্ত হ’ব লগীয়া হোৱাৰ লগতে শুক্ৰবাৰে নিশা এজন অচিনাক্ত বাইক আৰোহীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বিভাগৰ সংশ্লিষ্ট ঠিকাদাৰে ধন আত্মসাৎ কৰি নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা চামগুৰি পৰ্য্যন্ত সুদীৰ্ঘ ৰাজপথ চোৱা মেৰামতিৰ ক্ষেত্ৰত চূড়ান্ত বিসংগতিমূলকভাবে কাম কৰি হাত সাৰিব বিচৰা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

লগতে আজি স্থানীয় ৰাইজে কদৰ্যময় ৰাজপথ চোৱা শীঘ্ৰে পুনৰ মেৰামতি কৰি যাতায়াত সুচল কৰিবৰ বাবে চৰকাৰ, সংশ্লিষ্ট বিভাগ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd