• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

সোৱণশিৰি নদীবান্ধ: কেন্দ্ৰক কঠোৰ সমালোচনা ন্যায়াধিকৰণৰ, বিশেষজ্ঞ সমিতিক লৈ ন পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 6:28 pm
Lower Subansiri mega dam: NGT suggests to include independent members in expert committee

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ বিষয়ক বৃহস্পতিবাৰৰ শুনানিত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

“জল বিদ্যুৎ প্রকল্পটো নিৰ্মাণৰ বাবে কেন্দ্র ইমান ব্যাকুল কিয়? লাখ লাখ লোকৰ জীৱনৰ সৈতে নামনি সোৱণশিৰিৰ নিচিনা এটা বৃহৎ নদীবান্ধ জড়িত হৈ আছে। চৰকাৰৰ ভবা উচিত যে যিসকল লোকৰ জীৱনৰ সৈতে হেতালি খেলি থকা হৈছে তেওঁলোকো ভাৰতীয়,” শুনানিত ন্যায়াধীশ এচ পি ৱাংদিৱে প্ৰকাশ কৰা উদ্বিগ্নতাৰ উদ্ধৃতিৰে এ পি ডব্লিউৰ বিবৃতি।

Apply Now

প্ৰকল্পটো সন্দৰ্ভত মন্ত্ৰ্যালয়ে গঠন কৰা বিশেষজ্ঞ সমিতিৰ “নিৰপেক্ষতা”ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ন্যায়াধিকৰণে সমিতিখন নতুনকৈ গঠন কৰাৰ নিৰ্দেশ দিছে।

মন্ত্ৰ্যালয় গঠিত কেৱল তিনিজনীয়া সমিতিখন এন এইচ পি চিৰ প্ৰতি “পক্ষপাতমূলক” হ’ব পাৰে বুলি ন্যায়াধিকৰণে মত প্ৰকাশ কৰিছে।

বিশেষজ্ঞ সমিতিখনে সোৱণশিৰিৰ ২০০০ মেগাৱট জল বিদ্যুৎ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰক সেউজ সংকেত দিছিল।

নামনি সোৱণশিৰি নদীবান্ধটোৰ সৈতে জৰিত নথকা অন্ততঃ দুগৰাকী বিশেষজ্ঞক সমিতিত অন্তৰ্ভুক্ত কৰিবলৈ সেউজ ন্যায়াধিকৰণে মন্ত্ৰ্যালয়ক পৰামৰ্শ আগবঢ়াইছে।

“ন্যায়াধিকৰণে পৰিৱেশ মন্ত্ৰীজনক সমালোচনা কৰিছে আৰু সমিতিখনত কেইগৰাকীমান স্বতন্ত্ৰ বিশেষজ্ঞ অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে,” ন্যায়াধিকৰণৰ নিৰ্দেশৰ উদ্ধৃতিৰে শুনানিৰ পিছতে নৰ্থ ইষ্ট নাওত মন্তব্য অভিজিত শৰ্মাৰ।

এ পি ডব্লিউৰ মুৰব্বী অভিজিত শৰ্মা ন্যায়াধিকৰণত বিচাৰাধীন গোচৰটোৰ আবেদনকাৰী।

পৰৱৰ্তী শুনানিত এই সম্পৰ্কীয় সকলো উত্তৰ লৈ হাজিৰ ল’বলৈ মন্ত্ৰ্যালয়ক ন্যায়াধিকৰণে নিৰ্দেশ দিছে।

ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, ন্যায়াধীশ এচ পি ৱাংদি, ন্যায়াধীশ কে ৰামাকৃষ্ণন আৰু বিশেষজ্ঞ সদস্য নাগিন নন্দাক লৈ গঠিত বিচাৰপীঠখনে এই নিৰ্দেশ দিছে।

লগতে পঢ়ক– বিধেয়কৰ আঁচলত লুকাই মুকলি হোৱাৰ দিশে সোৱণশিৰিৰ বৃহৎ নদীবান্ধ

বিশেষজ্ঞ সমিতিখনৰ বিৰোধিতা কৰি আছাম পাব্লিক ৱৰ্কছে আবেদনখন দাখিল কৰিছিল।

“প্ৰৱেশ পান্দে, পি এম স্কট আৰু আই দি গুপ্তাই এন এইচ পি চিৰ সমৰ্থনত পূৰ্বে প্ৰতিবেদন দাখিল কৰিছিল। এই তিনিজন সদস্যৰ নিৰপেক্ষতাত আমি সন্দেহ প্ৰকাশ কৰিছো,” আবেদনকাৰী অভিজিত শৰ্মাই জনায়।

শুনানিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যও উপস্থিত আছিল।

আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টি এম পি কে মুখ্য কৰি অসমৰ প্ৰায়ভাগ সংগঠনৰ প্ৰতিবাদত বৃহৎ নদীবান্ধটোৰ নিৰ্মাণ বন্ধ হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd