• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’ল বিভাগৰ চমক : প্লাষ্টিক বটলৰ পৰা বনোৱা হৈছে টী-শ্বাৰ্ট, টুপী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 9:13 pm
bottle_m

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৱে ষ্টশ্যন আৰু ৰে’লৰ ডবাত খালী হৈ পৰি থকা প্লাষ্টিকৰ বটলসমূহ গতি লগাবলৈ তৎপৰ হৈ পৰিছে ৰে’ল বিভাগ। ৰে’লৱেই পানীৰ এই খালী প্লাষ্টিক বটলৰ পৰা টী-শ্বাৰ্ট আৰু টুপী বনাব। ইয়াৰ বাবে বটলসমূহ গোটোৱাৰো এক বিশেষ পথ বিচাৰি উলিয়াইছে  ৰে’ল বিভাগে।

প্লাষ্টিকৰ বটলসমূহ জমা কৰাসকলক প্ৰতিটো বটলৰ বাবদ পাঁচ টকাকৈ দিয়া হ’ব। পৰিৱেশ সহায়ক এই কামটোৰ বাবে ৰাইজৰ বিপুল সহযোগ পোৱাৰ আশা কৰা হৈছে।

Apply Now

পূব মধ্য ৰে’লৱেৰ চাৰিটা ষ্টেশ্যন পাটনা জংশ্যন, ৰাজেন্দ্ৰনগৰ, পাটনা সাহিব আৰু দানাপুৰ ষ্টেশ্যনত ৰিভাৰ্ছ বেডিং মেছিন ৰখা হৈছে য’ত পানীৰ খালী প্লাষ্টিক বটলসমূহ ভাঙি পেলাই তাৰপৰা টী-শ্বাৰ্ট আৰু টুপী বনোৱা হৈছে।

পূব মধ্য ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়ে, ‘ৰে’লৱে ষ্টেশ্যনত এনেয়ে পৰি থকা পানীৰ খালী প্লাষ্টিক বটলৰ পৰা পূব মধ্য ৰে’লৱেই এতিয়া টী-শ্বাৰ্ট বনোৱা হ’ব। ৰে’লৱে ষ্টেশ্যনত বহুওৱা বটল ক্ৰেছাৰ মেছিনৰ প্লাষ্টিক টী-শ্বাৰ্ট বনোৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব।‘

তেওঁ জানিবলৈ দিয়ে যে এই টী-শ্বাৰ্টবোৰ যিকোনো বতৰতে পিন্ধিব পৰা হ’ব। টী-শ্বাৰ্ট বনাবৰ বাবে মুম্বাইৰ এটা কোম্পানীৰ সৈতে কথা হৈছে। শীঘ্ৰেই এই প্লাষ্টিকৰ পৰা বনোৱা টী-শ্বাৰ্ট বজাৰত গ্ৰাহকৰ বাবে সুলভ হৈ পৰিব।

বৰ্তমান ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এনেকুৱা টী-শ্বাৰ্টৰ প্ৰদৰ্শনী পতা হৈছে যিবোৰ গ্ৰাহকে খুউব পছন্দ কৰিছে। তদুপৰি, ইয়াৰ দ্বাৰা ষ্টেশ্যন আৰু ৰে’ল লাইনসমূহত পেলাই দিয়া প্লাষ্টিক জাৱৰৰ প্ৰদূষণৰ পৰাও ৰে’ল বিভাগ মুক্ত হ’ব।

আনহাতে, যাত্ৰীসকলে খালী বটল জমা দিয়াৰ বাবে পাঁচ টকাকৈ লাভ কৰিব। এই পাঁচ টকাটো তেওঁ ভাউচাৰৰ ৰূপত ৰে’লৱেৰ এজেন্সি বায়ো-ক্ৰেশৰ পৰা লাভ কৰিব। এই পইচা তেওঁ কোনো আধুনিক দোকান বা মলৰ পৰা সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰিব। ৰে’লৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে বটল বিলাক ক্ৰেশ কৰি ইয়াক গলাই দিয়া হয় আৰু তাৰপাছত ইয়াৰ পৰা টী-শ্বাৰ্ট, টুপী বনোৱা হয়। আনকি পেন্টো বনাব পৰা যায় বুলি তেওঁ জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd