• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত কাৰ্গিল বিজয় দিৱস উদযাপন ভাৰতীয় সেনা গজৰাজ ক’ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2019 7:13 pm
Kargil Vijay Divas: Indian Army Gajraj corps celebrate victory day at Tezpur

কাৰ্গিলত অপাৰে’চন বিজয়ৰ সমাপ্তিত ভাৰতীয় সেনা। ছবি সৌজন্য-- ৱিকিমিডিয়া কমনছ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

’৯৯ৰ কাৰ্গিল যুদ্ধৰ ভাৰতজুৰি চলা স্মৃতিচাৰণৰ সমান্তৰালকৈ তেজপুৰতো ভাৰতীয় সেনাৰ গজৰাজ ক’ৰে শুকুৰবাৰে উদযাপন কৰিছে “বিজয় দিৱস”।

৪ ক’ৰৰ গেৰিছনস্থিত গজৰাজ যুদ্ধ স্মাৰকত আয়োজিত অনুষ্ঠানটোত জি অ’ চি (General officer commanding) লেফটেনেণ্ট জেনেৰেল মনোজ পান্দেৰ লগতে সৈনিকসকলে কাৰ্গিলৰ চহিদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Apply Now

১৬০০০ ফুটতকৈয়ো অধিক উচ্চতাত হিমালয়ৰ বুকুত পাকিস্তানৰ বিৰুদ্ধে চলা “অপাৰে’চন বিজয়”ৰ তাৎপৰ্য্য অনুষ্ঠানটোত জি অ’ চিজনে ব্যাখ্যা কৰে।

“কাৰ্গিল যুদ্ধক ভাৰতীয় সেনাৰ সাহস আৰু সংকল্পবদ্ধতাৰ সাক্ষ্যৰূপে গণ্য কৰা হয়, য’ত সৈনিকসকলে কাৰ্গিলৰ উচ্চ পৰ্বতত অমানৱীয় উষ্ণতাত সকলো প্ৰতিকূলতা নেওচি অদম্য সাহস, দৃঢ়তা আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল,” তেওঁ কয়।

Vijay Divas: Indian Army Gajraj corps celebrate Kargil victory day at Tezpur
তেজপুৰত শুকুৰবাৰে কাৰ্গিল বিজয় দিৱস উদযাপন। ছবি– নৰ্থ ইষ্ট নাও।

কাৰ্গিলৰ নিৰ্ণায়ক বিজয়লৈ আঙুলিয়াই লেফটেনেণ্ট জেনেৰেল পান্দেই সকলো সৈনিককে প্ৰতিনিয়ত যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়।

আৰু, এই কঠিন পথত তেওঁ সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক আৰু চহিদসকলক প্ৰেৰণাৰূপে ল’বলৈয়ো সৈনিকসকলক আহ্বান জনায়।

তেজপুৰৰ উপৰি ৰঙিয়া, মিছামাৰী অৰুণাচল প্ৰদেশৰ টেঙাত থকা সেনা বেষ্টনিসমূহতো বিজয় দিৱস পালন কৰা হয়।

তেজপুৰৰ অনুষ্ঠানটোত শোণিতপুৰৰ জিলা উপায়ুক্ত আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধ্যক্ষও উপস্থিত আছিল।

অনুষ্ঠানৰ পিছতে অসমৰ চলিত বানত সেনা বাহিনীয়ে আগবঢ়োৱা সেৱাৰ বিষয়ে সাংবাদিকসকলক জি অ’ চিজনে অৱগত কৰে।

তেওঁ জনাই যে অসমত বানাক্ৰান্তক সহায় কৰাৰ বাবে সেনাৰ ১৫টা গোট নিয়োজিত হৈ আছে আৰু তেওঁলোকে এতিয়ালৈকে ৪০০০তকৈ অধিক লোকক স্থানান্তৰ হোৱাত সহায় কৰিছে।

তাৰোপৰি বানাক্ৰান্ত লোক আৰু জীৱ-জন্তুসমূহক সেনাই চিকিৎসা সেৱাও আগবঢ়াইছে।

এতিয়ালৈকে প্ৰায় ৩০০০ জীৱ-জন্তু উদ্ধাৰ কৰা হৈছে। মানুহ আৰু জীৱ-জন্তুসমূহৰ বাবে আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছো। ভাৰতীয় সেনাই ইয়াৰ সৰ্বোত্তম সহায় আগবঢ়োৱাৰ চেষ্টা কৰিছে,” তেওঁ কয়।

পাকিস্তানী সেনাক আঁতৰাই কাশ্মীৰৰ হেৰুওৱা দখলসমূহ উদ্ধাৰৰ দিন ২৬ জুলাইতো ভাৰতীয় সেনাই “বিজয় দিৱস”ৰূপে পালন কৰি আহিছে।

১৯৯৯ চনৰ মে’ৰ পৰা জুলাইলৈকে ভাৰত আৰু পাকিস্তানী সেনাৰ মাজত বহুকেইটা সংঘৰ্ষ সংঘটিত হৈছিল।

পাকিস্তানী সেনাৰ বিৰুদ্ধে ভাৰতীয় স্থল আৰু বায়ু সেনাই যুটীয়া অভিযান চলাইছিল।

যুদ্ধখনত ৫২৭গৰাকী ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd