• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগষ্ট মাহত ১০ দিনতকৈও অধিক বন্ধ থাকিব বেংক : চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2019 3:11 pm
105305644-1530505322084gettyimages-486318608

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগষ্ট মাহ আৰম্ভ হৈ গৈছে। এই মাহটোত ৰাখীবন্ধন আৰু জন্মাষ্টমীকে ধৰি কেইবাটাও উৎসৱৰ দিন আছে যাৰ বাবে বেংক বন্ধ থাকিব।

আপোনাৰ বেংকৰ সৈতে থকা জৰুৰী কামখিনি কৰিবলৈ যোৱাৰ আগেয়ে প্ৰথমতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বন্ধৰ তালিকাখন জানি লওক।

Apply Now

ইয়াৰ পৰা আপুনি কোন ৰাজ্যত কিমান দিন আৰু কেতিয়া বন্ধ থাকিব সেয়া জানিব পাৰিব।

সাধাৰণতে প্ৰতিখন ৰাজ্যতে বেংকসমূহৰ নিৰ্দিষ্ট বন্ধ থাকে। কিন্তু এইবাৰ আগষ্ট মাহত এনেকুৱা ৮ টা দিন আছে যেতিয়া দেশৰ প্ৰায়ভাগ বেংকেই বন্ধ থাকিব।

উদাহৰণস্বৰূপে, ১৫ আগষ্ট, বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশৰ বেছিভাগ বেংকেই বন্ধ থাকিব।

সেইদৰে, ১২ আগষ্ট, সোমবাৰে ঈদ-উল-জোহাৰ বন্ধ থাকিব।

এইখিনিতে কৈ থোৱা যাওক যে মাহটোৰ ৪, ১১,১৮ আৰু ২৫ আগষ্ট দেওবাৰ হোৱাৰ বাবে স্বাভাৱিকতে বেংক বন্ধ থাকিব।

তদুপৰি, ১০ আৰু ২৪ আগষ্ট মাহটোৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হোৱা বাবে বেংকসমূহ বন্ধ থাকিব।

আনহাতে, ৰাজ্য অনুসৰি উক্ত ৮ দিনৰ উপৰি বন্ধৰ কথা আহিলে মুম্বাইত ১৭ আগষ্টত বেংকৰ কাম বন্ধ থাকিব।

সেইদিনা পাৰ্চি নতুন বছৰ হোৱা বাবে বেংকত আপোনাৰ কামকাজ নহ’ব।

ইপিনে, ২০ আগষ্ট, মঙলবাৰে শ্রী শ্রী মাধৱদেবৰ তিথি উপলক্ষে অসমত বেংকসমূহ বন্ধ থাকিব।

আনহাতে, ৩ আগষ্ট শনিবাৰে কৃষিভিত্তিক তীজ উৎসৱ পালন কৰা হ’ব। প্ৰধানকৈ  পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ত এই উৎসৱ পালন কৰা হয়। সেইদিনা ইয়াত বেংক বন্ধ থাকিব।

ইয়াৰোপৰি, ২৩ আগষ্ট, শুকুৰবাৰে জন্মাষ্টমীৰ বাবে বেছিভাগ ৰাজ্যতে বেংকসমূহ বন্ধ থাকিব।

সেইদৰে, ৩১ আগষ্ট, শনিবাৰে গুৰু গ্ৰন্থ সাহিবৰ আৱিৰ্ভাৱ উৎসৱ। সেইদিনা পঞ্জাৱ আৰু হাৰিয়ানাত বেংকৰ কামকাজ বন্ধ থাকিব।

দেশৰ মুখ্য চহৰসমূহত বেংকৰ বন্ধৰ বিষয়ে জানিবলৈ  https://rbi.org.in/Scripts/HolidayMatrixDisplay.aspx এই লিংকটোত ক্লিক কৰি চাব পাৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd