• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগষ্ট মাহত ১০ দিনতকৈও অধিক বন্ধ থাকিব বেংক : চাওক সৱিশেষ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 2, 2019 3:11 pm

2 min read

105305644-1530505322084gettyimages-486318608

প্ৰতিনিধিত্বমূলক ফটো

14.2k
VIEWS
Share on FacebookShare on Twitter

আগষ্ট মাহ আৰম্ভ হৈ গৈছে। এই মাহটোত ৰাখীবন্ধন আৰু জন্মাষ্টমীকে ধৰি কেইবাটাও উৎসৱৰ দিন আছে যাৰ বাবে বেংক বন্ধ থাকিব।

আপোনাৰ বেংকৰ সৈতে থকা জৰুৰী কামখিনি কৰিবলৈ যোৱাৰ আগেয়ে প্ৰথমতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বন্ধৰ তালিকাখন জানি লওক।

ইয়াৰ পৰা আপুনি কোন ৰাজ্যত কিমান দিন আৰু কেতিয়া বন্ধ থাকিব সেয়া জানিব পাৰিব।

সাধাৰণতে প্ৰতিখন ৰাজ্যতে বেংকসমূহৰ নিৰ্দিষ্ট বন্ধ থাকে। কিন্তু এইবাৰ আগষ্ট মাহত এনেকুৱা ৮ টা দিন আছে যেতিয়া দেশৰ প্ৰায়ভাগ বেংকেই বন্ধ থাকিব।

উদাহৰণস্বৰূপে, ১৫ আগষ্ট, বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ বাবে দেশৰ বেছিভাগ বেংকেই বন্ধ থাকিব।

সেইদৰে, ১২ আগষ্ট, সোমবাৰে ঈদ-উল-জোহাৰ বন্ধ থাকিব।

এইখিনিতে কৈ থোৱা যাওক যে মাহটোৰ ৪, ১১,১৮ আৰু ২৫ আগষ্ট দেওবাৰ হোৱাৰ বাবে স্বাভাৱিকতে বেংক বন্ধ থাকিব।

তদুপৰি, ১০ আৰু ২৪ আগষ্ট মাহটোৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হোৱা বাবে বেংকসমূহ বন্ধ থাকিব।

আনহাতে, ৰাজ্য অনুসৰি উক্ত ৮ দিনৰ উপৰি বন্ধৰ কথা আহিলে মুম্বাইত ১৭ আগষ্টত বেংকৰ কাম বন্ধ থাকিব।

সেইদিনা পাৰ্চি নতুন বছৰ হোৱা বাবে বেংকত আপোনাৰ কামকাজ নহ’ব।

ইপিনে, ২০ আগষ্ট, মঙলবাৰে শ্রী শ্রী মাধৱদেবৰ তিথি উপলক্ষে অসমত বেংকসমূহ বন্ধ থাকিব।

আনহাতে, ৩ আগষ্ট শনিবাৰে কৃষিভিত্তিক তীজ উৎসৱ পালন কৰা হ’ব। প্ৰধানকৈ  পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ত এই উৎসৱ পালন কৰা হয়। সেইদিনা ইয়াত বেংক বন্ধ থাকিব।

ইয়াৰোপৰি, ২৩ আগষ্ট, শুকুৰবাৰে জন্মাষ্টমীৰ বাবে বেছিভাগ ৰাজ্যতে বেংকসমূহ বন্ধ থাকিব।

সেইদৰে, ৩১ আগষ্ট, শনিবাৰে গুৰু গ্ৰন্থ সাহিবৰ আৱিৰ্ভাৱ উৎসৱ। সেইদিনা পঞ্জাৱ আৰু হাৰিয়ানাত বেংকৰ কামকাজ বন্ধ থাকিব।

দেশৰ মুখ্য চহৰসমূহত বেংকৰ বন্ধৰ বিষয়ে জানিবলৈ  https://rbi.org.in/Scripts/HolidayMatrixDisplay.aspx এই লিংকটোত ক্লিক কৰি চাব পাৰে।

 

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd