• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰ’ডিজিৰ ‘এলাৰ্ট টুডে’ এলাইভ টুমৰো’ শীৰ্ষক বিশেষ পথ সুৰক্ষা সজাগতা অভিযান

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 4, 2019 7:57 pm
প্ৰ’ডিজিয়ে আজি লোৱা পথ সুৰক্ষাৰ সজাগতামূলক প্ৰচাৰ কাৰ্য্যসূচীৰ দৃশ্য।

প্ৰ’ডিজিয়ে আজি লোৱা পথ সুৰক্ষাৰ সজাগতামূলক প্ৰচাৰ কাৰ্য্যসূচীৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ সুৰক্ষা অভ্যাসৰ ওপৰত গুৰুত্ব দিয়াৰ লক্ষ্যৰে প্ৰ’ডিজিয়ে গুৱাহাটী যান-বাহন আৰক্ষীৰ সহযোগিতাত দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ ওচৰৰ এ বি চি পইণ্টত পথ সুৰক্ষা সজাগতামূলক প্ৰচাৰ চলায়।

প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা  অনুষ্ঠানটোত গুৱাহাটী মহানগৰ ডি টি অ’ গৌতম দাস, অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া, মলয়া গোস্বামী, বিশিষ্ট সাংবাদিক তথা প্ৰচাৰটোৰ ব্ৰেণ্ড এম্বেছেডৰ দিগন্ত দাস উপস্থিত থাকে।

Apply Now

এই প্ৰচেষ্টাটোৰ বিষয়ে বক্তব্য ৰাখি, পি চি এম পি এল-ৰ এম ডি শ্ৰী নীতীন জৈনে কয়, “প্ৰ’ডিজিত আমি বিশ্বাস কৰোঁ যে কেৱল এক সুৰক্ষিত অনুকূল পৰিৱেশতহে সমাজৰ প্ৰগতি হ’ব পাৰে আৰু পথ সুৰক্ষাৰ দায়িত্ব হৈছে আমাৰ নাগৰিকসকলৰ। লোকসকলৰ মনত সৰল গাড়ী চলোৱাৰ শিষ্টাচাৰ আৰু নিয়মবোৰ সুমুৱাই দিব লাগে যাতে তেওঁলোকৰ আৰু আনৰো সুৰক্ষা নিশ্চিত হয়। মই সকলোকে যান-বাহনৰ নিয়মাৱলী পালন কৰিবলৈ আৰু সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছোঁ”।

“নাগৰিকসকলৰ সহযোগিতা অবিহনে যান-বাহন সুৰক্ষা অসম্ভৱ। ৰাজহুৱা সজাগতাৰ যোগেৰে চালকসকলক সুৰক্ষিতভাৱে যাতায়াত কৰিবলৈ অনুপ্ৰেৰিত কৰিব লাগে। ‘এলাৰ্ট টুডে এলাইভ টুমৰো’ৰ দৰে অভিযান অধিক সঘনাই আয়োজন কৰা উচিত কিয়নো জন সজাগতাৰ বাবে এয়া অপৰিহাৰ্য্য আৰু যেতিয়া এনে প্ৰচেষ্টাই সফলতাৰে যান-বাহনৰ নিয়মাৱলী বলবৎ কৰাত সহায় কৰে তেতিয়া যান-বাহন মসৃণভাৱে চলে”, প্ৰচাৰটোৰ ব্ৰেণ্ডএম্বাচাডৰ দিগন্ত দাসে কয়।

Prodigi
প্ৰ’ডিজিয়ে আজি লোৱা পথ সুৰক্ষাৰ সজাগতামূলক প্ৰচাৰ কাৰ্য্যসূচীৰ দৃশ্য।

অভিযানটোৰ সময়ত পথচাৰী, চালক, যাত্ৰী আদিসকলৰ মাজত বিষয়টোৰ প্ৰচাৰৰ বাবে প্লেকাৰ্ড, পত্ৰিকা, ষ্টিকাৰ আদি ব্যৱহাৰ কৰা হৈছিল। অভিযানটো এক বাইক আৰু কাৰ ৰেলীৰ সৈতে সমাপ্ত হয়।

ৰেলীটোৱে এ বি চি পইণ্টত আৰম্ভ হৈ আৰু গনেশগুৰি, জু ৰ’ড, চানমাৰি, গুৱাহাটী ক্লাব, উলুবাৰী আৰু ভঙাগড়ৰ এলেকাবোৰক সামৰি লৈছিল।

এবিচি পইণ্টৰ পৰা প্ৰ’ডিজি কমিউনিকেইশ্যনৰ  পৰিচালন সম্পাদক নীতীন জৈন আৰু সঞ্চালক ফাল্গুনী  চৌধৰী জৈনে মটৰ বাইক ৰেলীৰ শুভ উদ্বোধন কৰে।

কাৰ্য্যসূচীটোৰ মাজত,  যান-বাহনৰ আৰক্ষীৰ সহযোগত যান-বাহন নিয়মৱালী উলংঘা কৰা লোকসকলৰ ওপৰত জৰিমনা বিহা হৈছিল আৰু নিষ্ঠাৰে যান-বাহনৰ নিয়ম অনুসৰণ কৰা লোকসকলক শলাগৰ এক প্ৰতীকেৰে পুৰস্কৃত কৰা হৈছিল।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd