• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছ এৰা বুলি আনুষ্ঠানিক ঘোষণা ভুৱনেশ্বৰ কলিতাৰ

"পৰৱৰ্তী সিদ্ধান্ত বা পথ সম্পৰ্কে এতিয়াই একো ভবা নাই", বিজেপিত যোগদানৰ প্ৰশ্নত কলিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 6, 2019 10:19 pm
assam-pradesh-congress-committee-apcc-president-204353
2.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পাছত গোটেই দিনটো আশাৰে বাট চাই অৱশেষত কিয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে কলিতাই?

কালি পুৱাৰ ভাগত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাই অৱশেষত কংগ্ৰেছ দলো এৰিলে।

আজি কলিতাই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত নিজৰ দলত্যাগৰ বিষয়ে স্পষ্ট কৰে।

তেওঁ ৫ আগষ্টৰ সন্ধিয়া ৬ বজাত দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও বিভিন্ন কাৰণত সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা নাছিল, জনালে কলিতাই।

কংগ্ৰেছ দল ত্যাগ কৰাৰ কাৰণ হিচাপে কলিতাই কয়, “কালি পুৱাৰ ভাগত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পাছত গোটেই দিনটো আশাৰে বাট চাই আছিলো মোক অন্ততঃ দলৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা যোগাযোগ কৰি সুধিব কিয় ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলো? কিন্তু সন্ধিয়ালৈকে কোনেও মোৰ সৈতে যোগাযোগ নকৰিলে। গতিকে মই কালি সন্ধিয়া ৬ মান বজাত দলৰ শীৰ্ষ নেতৃত্বলৈ দলত্যাগৰ পত্ৰ প্ৰেৰণ কৰিলো।”

সাংসদ হিচাপে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত কয়, “দলে মোক যি হুইপ দিছিল সেয়া সংসদত থাকিলে অমান্য কৰিব নোৱাৰিম। মই কাশ্মীৰৰ ৩৭০ ধাৰাৰ বিৰোধিতা কৰিছো। সেয়ে পদত্যাগ কৰিলো”।

আনহাতে, আজি এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কলিতাই বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছিল। এই সন্দৰ্ভত সোধাত তেওঁ তৰুণ গগৈৰ কথাত মন্তব্য নিদিওঁ বুলি কয়। “তেওঁৰ বক্তব্যত সাধাৰণতে মই মন্তব্য নকৰোঁ।” কলিতাই কয়।

‘বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি’ এই প্ৰশ্নৰ উত্তৰত কয়, “পৰৱৰ্তী সিদ্ধান্ত বা পথ সম্পৰ্কে এতিয়াই একো ভবা নাই। পিছৰ সময়ত জনাম।”

উল্লেখযোগ্য যে ৬৮ বছৰীয়া ভুৱনেশ্বৰ কলিতা ১৯৭২ চনৰ পৰাই কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল।

Recent News

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd