• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ এৰা বুলি আনুষ্ঠানিক ঘোষণা ভুৱনেশ্বৰ কলিতাৰ

"পৰৱৰ্তী সিদ্ধান্ত বা পথ সম্পৰ্কে এতিয়াই একো ভবা নাই", বিজেপিত যোগদানৰ প্ৰশ্নত কলিতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 6, 2019 10:19 pm
assam-pradesh-congress-committee-apcc-president-204353
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পাছত গোটেই দিনটো আশাৰে বাট চাই অৱশেষত কিয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে কলিতাই?

কালি পুৱাৰ ভাগত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাই অৱশেষত কংগ্ৰেছ দলো এৰিলে।

Apply Now

আজি কলিতাই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত নিজৰ দলত্যাগৰ বিষয়ে স্পষ্ট কৰে।

তেওঁ ৫ আগষ্টৰ সন্ধিয়া ৬ বজাত দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল যদিও বিভিন্ন কাৰণত সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা নাছিল, জনালে কলিতাই।

কংগ্ৰেছ দল ত্যাগ কৰাৰ কাৰণ হিচাপে কলিতাই কয়, “কালি পুৱাৰ ভাগত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পাছত গোটেই দিনটো আশাৰে বাট চাই আছিলো মোক অন্ততঃ দলৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ পৰা যোগাযোগ কৰি সুধিব কিয় ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিলো? কিন্তু সন্ধিয়ালৈকে কোনেও মোৰ সৈতে যোগাযোগ নকৰিলে। গতিকে মই কালি সন্ধিয়া ৬ মান বজাত দলৰ শীৰ্ষ নেতৃত্বলৈ দলত্যাগৰ পত্ৰ প্ৰেৰণ কৰিলো।”

সাংসদ হিচাপে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা সন্দৰ্ভত কয়, “দলে মোক যি হুইপ দিছিল সেয়া সংসদত থাকিলে অমান্য কৰিব নোৱাৰিম। মই কাশ্মীৰৰ ৩৭০ ধাৰাৰ বিৰোধিতা কৰিছো। সেয়ে পদত্যাগ কৰিলো”।

আনহাতে, আজি এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কলিতাই বিজেপিত যোগদান কৰিব বুলি দাবী কৰিছিল। এই সন্দৰ্ভত সোধাত তেওঁ তৰুণ গগৈৰ কথাত মন্তব্য নিদিওঁ বুলি কয়। “তেওঁৰ বক্তব্যত সাধাৰণতে মই মন্তব্য নকৰোঁ।” কলিতাই কয়।

‘বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি’ এই প্ৰশ্নৰ উত্তৰত কয়, “পৰৱৰ্তী সিদ্ধান্ত বা পথ সম্পৰ্কে এতিয়াই একো ভবা নাই। পিছৰ সময়ত জনাম।”

উল্লেখযোগ্য যে ৬৮ বছৰীয়া ভুৱনেশ্বৰ কলিতা ১৯৭২ চনৰ পৰাই কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd