• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুকীয়া সংবিধান আৰু পতাকাৰ ক্ষেত্ৰত কেন্দ্ৰৰ সন্মতি নোহোৱাকলৈ NSCN-IMৰ খং; প্ৰধান মন্ত্ৰীলৈ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 1:09 pm
Namo against terror

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পৰা সংবিধানৰ ধাৰা ৩৭০ আৰু ৩৫ (এ) বাতিল হোৱাৰ পাছত ভাৰত-নাগা শান্তি চুক্তিত আৰু অধিক জটিলতা আহি পৰাৰ সম্ভৱনা আহি পৰিছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, এন এছ চি এন-আই এমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি নগা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতি আশংকা ব্যক্ত কৰিছে।

Apply Now

এন এছ চি এনৰৰ অধ্যক্ষ কিউ টুক্কু আৰু সাধাৰণ সম্পাদক টি এইছ মুইভাৰ স্বাক্ষৰ সম্বলিত পত্ৰখনত চৰকাৰ আৰু সংগঠনটোৰ উচ্চতম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৈঠকখন ৰাজ্যপালৰ স্তৰলৈ অৱনমিত কৰা হৈছে বুলিও অভিযোগ কৰা হৈছে।

বিগত ২৬ জুলাইত ৰাজ্যপাল আৰ এন ৰবিৰ সৈতে হোৱা আনুষ্ঠানিক বৈঠকত ইণ্ডো-নগা ৰাজনৈতিক সমস্যাৰ সমাধান তিনিমাহৰ ভিতৰত কৰা হ’ব বুলি দিয়া আশ্বাসত আমি সুখী হৈছো বুলিও পত্ৰখনত উল্লেখ কৰা হয়।

আনহাতে, বৈঠকত এতিয়াও পতাকা আৰু সংবিধানৰ দৰে মুখ্য বিষয়ত দুয়োপক্ষৰ মাজত সন্মতি হ’বলৈ বাকী আছে।

এন এছ চি এন-আই এমে তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বৈঠকখন কোনোধৰণৰ পূৰ্ব চৰ্ত নোহোৱাকৈ তথা উচ্চ পৰ্যায়ত আৰু দেশৰ বাহিৰৰ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিকো অসন্মান কৰিছে বুলি অভিযোগ কৰে।

‘‘আমি ভাৰতলৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আহ্বানত আহিছো আৰু দুয়োপক্ষৰ মাজত হোৱা বহুকেইখন সফল বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ২০১৫ চনৰ ৩ আগষ্টত নাগা চুক্তিৰ ফ্ৰেম ৱৰ্কত হস্তাক্ষৰ কৰা হৈছিল’’ পত্ৰখনত এনেদৰে উল্লেখ আছে।

আনহাতে, পত্ৰখনত ৰাজ্যপালৰ পৰ্যায়লৈ বৈঠকখন অৱনমিত কৰা বাবে আচৰিত হোৱা বুলিও উল্লেখ কৰা হৈছে।

‘‘দুয়োপক্ষৰ মাজত সুদীৰ্ঘ ২২ বছৰ ধৰি চলা শান্তিমূলক আলোচনাৰ অন্তত আমি সমস্যাৰ সন্মানপূৰ্বক সমাধান বিচাৰো’’ পত্ৰত উল্লেখ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd