• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কংগ্ৰেছী সতীৰ্থক হিমন্তই সোঁৱৰাই দিলে বিজেপিৰ নীতি-আদৰ্শ

‘গৌতম ৰয় বৰাকৰ ৰজা আগতে আছিলে কিন্তু এতিয়া বিজেপিৰ কাৰ্য্যকৰ্তা হৈ থাকিব’ ৰঞ্জিত দাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2019 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন তিনিগৰাকীকৈ সতীৰ্থ কংগ্ৰেছী নেতাই দেওবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰালে বিজেপি দলৰ নীতি-আদৰ্শ।

ড০হিমন্ত বিশ্ব শৰ্মা নিজেও বহুবছৰ কংগ্ৰেছ কৰি অহাৰ পাছত তেওঁৰ প্ৰাক্তন সতীৰ্থক বিজেপিৰ নীতিপাঠ শিকোৱা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Apply Now

‘’ভাৰতীয় জনতা পাৰ্টীত অহাৰ লগে লগে প্ৰত্যেকজন মানুহে নিজৰ কাম-কাজৰ জৰিয়তে দলটোক নতুনকৈ চিনি পাব পাৰিব।কংগ্ৰেছৰ সংস্কৃতি লৈ বিজেপিত আহিলে চলিব নোৱাৰিব, পিছত নিজে আঁতৰি দিব লাগিব।‘’

প্ৰাক্তন কংগ্ৰেছী নেতাকেইজনক উদ্দেশ্যি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত এইদৰে কয় মন্ত্ৰী হিমন্তই।

তদুপৰি, কংগ্ৰেছত পূৰ্বতে থকাসকলে বহু কিবা কিবা পালে, এতিয়া বিজেপিত তেওঁলোকে দিবহে লাগিব বুলিও হিমন্তই মন্তব্য কৰে।

‘’কংগ্ৰেছৰ পৰা যিসকলে বিজেপিত যোগদান কৰিছে, তেওঁলোকে জীৱনত সকলো পালে। যদি দিব আহিছে তেন্তে দলটোৰ লগত মিলিব পাৰিব, ল’ব আহিলে অসুবিধা হ’ব। বিজেপিত যোগদান কৰি সমাজৰ বাবে যদি কিবা দিব বিচাৰে তেন্তে তেওঁলোকৰ বাবে এইখন এখন উপযুক্ত মঞ্চ।কিবা পাম বুলি বিজেপিলৈ আহিলে এইটো ভুল ঠিকনা হ’ব,’’- হিমন্তই এইদৰে কয়।

আনহাতে, ২০২১ ত এক বৃহৎ লক্ষ্য বিজেপিয়ে লৈছে বুলি উল্লেখ কৰি হিমন্তই কয়, ‘’সেয়েহে কংগ্ৰেছৰ নেতা বিজেপিত যোগদান কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া হ’ব, আৰু আহিব। অন্য দলৰ পৰাও আহিব।‘’

ইপিনে, বিজেপিত কংগ্ৰেছী নেতাসকলক যোগদান কৰোৱাটো তেওঁৰ দায়িত্ব নহয় বুলি মন্তব্য কৰি দলৰ সভাপতি ৰঞ্জিত দাসহে তাৰ দায়িত্বত থকা বুলি হিমন্তই কয়।

তেওঁ কয়, ‘’কোন আহিব কোন যাব তাৰ হিচাপ নিকাচ কৰাটো মোৰ কাম নহয়। দলে বিবেচনা কৰি যোগদান কৰিবলৈ মাতে। ৰঞ্জিত দাসহে ইয়াৰ দায়িত্বত আছে।‘’

ইপিনে, শনিবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে পুনৰবাৰ জাতীয় কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতিৰ দায়িত্ব লোৱাক লৈ হিমন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নিবিচাৰিলে যদিও তেওঁ কয়,‘’কালি মাকে দায়িত্বভাৰ লৈছে, পুতেকে এৰি দিছে, আমি সেইবোৰত প্ৰতিক্ৰিয়া দিয়া উচিত নহয় যদিও কেতিয়াবা সেইবিলাক কাহিনীক লৈ হিন্দী চিৰিয়েল বনাব পাৰিব।‘’

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বৰাক সম্ৰাটৰূপে পৰিচিত গৌতম ৰয়ক এতিয়াৰ পৰা বিজেপিৰ এগৰাকী সাধাৰণ কাৰ্য্যকৰ্তা হিচাপেহে গণ্য কৰে।

‘’বৰাকৰ ৰজা বুলি আগতে আছিলে কিন্তু এতিয়া বিজেপিৰ সাধাৰণ কাৰ্য্যকৰ্তা হৈ থাকিব। আগতে কংগ্ৰেছৰ দিনত বৰাক সম্ৰাট বুলি লিখিছিল সেইটো বেলেগ কথা কিন্তু এতিয়া আমি সকলোৱে মিলি কাম কৰিব লাগিব।‘’

ৰঞ্জিত দাসৰ এই মন্তব্যৰ পাছতে বক্তব্য ৰাখি ন-বিজেপি গৌতম ৰয়ে কয়, ‘’মই কেতিয়াও কোৱা নাই মই বৰাকৰ ৰজা বুলি। কংগ্ৰেছ আৰু বিজেপিত যথেষ্ট পাৰ্থক্য আছে। বিজেপিত মই নিজে আহিছোঁ। সাধাৰণ সদস্য হিচাপে মই যিমান পাৰোঁ সহায় কৰিম। বিজেপি আগুৱাই যাওক।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd