• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰুণ ধাৱান, ছাৰা আলী খান অভিনীত ‘কুলী নং ১’ ছবিৰ প’ষ্টাৰ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2019 2:58 pm
416623-lead
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় ‘ৰাজু’ চৰিত্ৰত বৰুণ ধাৱানে অভিনয় কৰা বহু প্ৰত্যাশিত ছবি ‘কুলী নং১’ৰ প্ৰথমখন প’ষ্টাৰ যোৱা ১২ আগষ্টত মুকলি কৰা হয়।

অভিনেতাগৰাকীয়ে ইয়াত ৰঙা আৰু বগা য়ুনিফৰ্ম পৰিধান কৰি ট্ৰলী বেগ এটাৰ ওপৰত বহি থকা দেখা গৈছে।

Apply Now

‘কেডাৰনাথ’ ছবিৰে চলচ্চিত্ৰ জগতত ভুমুকি মৰা ছাৰা আলী খানে মুল নাৰী চৰিত্ৰত অভিনয় কৰিছে।

ছাৰা আৰু বৰুণ থকা আন এখন প’ষ্টাৰো অভিনেত্ৰীগৰাকীৰ ২৪ বৰ্ষীয় জন্মদিন উপলক্ষে শ্বেয়াৰ কৰা দেখা গৈছে।

উল্লেখযোগ্য যে মূল ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল গোবিন্দা আৰু কৰিষ্মা কাপুৰে।

ছবিখনৰ পৰিচালনা কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা ডেভিদ ধাৱানে।

সেই ছবিখনত শক্তি কাপুৰ আৰু প্ৰয়াত কেডাৰ খানকো সহযোগী অভিনেতা হিচাপে দেখা গৈছিল।

পুননিৰ্মাণ কৰিবলৈ লোৱা ছবিখনো ডেভিদ ধাৱানেই পৰিচলনা কৰিছে। প’ষ্টাৰত উল্লেখ কৰা হৈছে যে এইখন হ’ব তেওঁৰ ৪৫ সংখ্যক ছবি।

থাইলেণ্ডৰ বেংককত যোৱা ৭ আগষ্টত ছবিখনৰ শিল্পী আৰু কলা-কুশলীসকলে ছবিখনৰ নিৰ্মাণৰ আৰম্ভ কৰিছে। ইনষ্টাগ্ৰামৰ এটা প’ষ্টত কাহিনীকাৰ ফাৰহাদ ছামজিয়ে এয়া সদৰী কৰিছে।

বাতৰি অনুসৰি, বৰুণে ইয়াৰ পূৰ্বে কৈছিল যে তেওঁ ‘কুলী নং ১’ছবিখনত কাম কৰিবলৈ অতি উৎসাহী হৈ পৰিছে।

তেওঁৰ এই উৎসাহৰ কাৰণ হৈছে যে তেওঁ মূল ছবিখন অতি মনোৰঞ্জনমূলক আছিল বুলি ধাৰণা কৰে।

‘’মই ছবিখন বৰ উপভোগ কৰিছিলো। এইখন এখন পাৰিবাৰিক ছবি। মই চোৱা ছবিসমূহৰ ভিতৰত এইখন আটাইতকৈ ধেমেলীয়া আৰু অতি মনোৰঞ্জনমূলক ছবি।ইয়াৰ চিত্ৰনাট্যখন অতি চমৎকাৰ আৰু সুন্দৰ অভিনেতাই অভিনয় কৰিছে। আমি ইয়াক গ্ৰহণ কৰিছো। এইখন ৰিমেক ছবি নহয়,’’-তেওঁ কয়।

বাতৰি অনুসৰি, ছাৰা আৰু বৰুণে জনপ্ৰিয় ‘মে তো ৰাস্তা সে’ গানটোৰ নৃত্যত অংশগ্ৰহণ কৰিব।

আহিবলগীয়া এই ছবিখন প্ৰযোজনা কৰিছে বাসু ভাগনানিৰ পুজা এন্টাৰটেইনমেন্টে।

‘কুলী নং ১’ ছবিখন অহা ২০২০’ৰ ১ মে’ত  চিত্ৰগৃহলৈ আহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd