• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱীয়তাই বিপদত পেলাইছে অসমৰ এদল ডেকা-ডেকেৰীক

অনুপ শৰ্মা by অনুপ শৰ্মা
August 15, 2019 8:58 pm
Act of humanity lands Assam’s young volunteers in trouble

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱীয়তাই বিপদত পেলাইছে অসমৰ এদল ডেকা-ডেকেৰীক।

এন আৰ চি নথি পুনৰীক্ষণ প্ৰক্ৰিয়াত অসুবিধাত পৰা একাংশ লোকক সহায়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰা ডেকা-ডেকেৰীৰ গোটটোৰ বিৰুদ্ধে জনৈক দুলাল বৰাই এক অভিযোগ দাখিল কৰিছে।

Apply Now

বৰাৰ অভিযোগ, দলটোৱে মানুহৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছে আৰু এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে চ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰিছে।

চূড়ান্ত এন আৰ চিৰ পূৰ্বে দলটোৱে চ’চিয়েল মিডিয়াৰ জৰিয়তে অসমত অস্থিৰতাৰ সৃষ্টি কৰিব বুলিও বৰাই অভিযোগ কৰিছে।

“নিজৰ ঘৰৰ পৰা ৩০০-৪০০ কিঃ মিঃ দূৰত উজনি অসমত আয়োজিত শুনানিত অংশগ্ৰহণ কৰিবলৈ নামনি অসমৰ অতি দুখীয়া কিছুমান লোকে ২৪ৰ পৰা ৪৮ ঘণ্টাৰ জাননী লাভ কৰিছিল। বেছিসংখ্যকেই আছিল শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোক আৰু তেওঁলোকে নিজাববীয়াকৈ ইমান দূৰলৈ যাব পৰাকৈ সমৰ্থৱান নাছিল,” এন আৰ চিৰ শুনানিত অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে লোকসকলক তেওঁলোকে সহায় কৰা বুলি উল্লেখ কৰি আশ্ৰাফুল হুছেইনে কয়।

“একধৰণৰ হেল্পলাইন মুকলি কৰি আমি এনে কিছুমান লোকক কেৱল সহায় কৰাৰ চেষ্টা কৰিছিলো। আমি দুৰ্গত লোকসকলক সহায় কৰিব পৰাকৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে আমাক বেংক একাউণ্টত ধন দান কৰিছিল,” লোকসকলক তেওঁলোকে দিনে-নিশাই সহায় কৰা বুলি উল্লেখ কৰি হুছেইনে কয়।

“এই লোকসকলৰ আশী শতাংশই দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ আৰু উজনিত আয়োজিত শুনানিত অংশ ল’বলৈ তেওঁলোকে নিজৰ মাটি, পশুধন আৰু গহনা-গাঠৰি বিক্ৰী কৰিব লগা হৈছিল,” তেওঁ কয়।

“আমাৰ সদস্যসকলে এই লোকসকলৰ যাতায়াতৰ বাবে গাড়ী ভাৰা কৰাত সহায় কৰিছিলো আৰু উজনি অসমত থকা আমাৰ কিছুমান বন্ধুৱে গোটেই ৰাতি এই লোকসকললৈ ৰৈ আছিল আৰু তেওঁলোকক খাদ্য আৰু দিহা-পৰামৰ্শ দই সহায় কৰিছিল। আমি মানৱতাৰ খাতিৰত এই কাম কৰিছিলো,” তেওঁ কয়।

বৰাই তেওঁৰ অভিযোগত উল্লেখ কৰা সদস্যকেইগৰাকী হৈছে আশ্ৰাফুল হুছেইন, ৰেহানা চুলতানা, চফিকুল ইছলাম আৰু মৌচুমী চেতিয়া।

“আমি কেৱল এন আৰ চি প্ৰক্ৰিয়াটো সফলভাৱে পাৰ হোৱাটো বিচাৰিছো। মানুহক সহায় কৰাটো অপৰাধ নহয়। অৱশ্যে যিসকল সমাজকৰ্মীৰ বাবে সমাজসেৱা ধন ঘটাৰ আন এক পথ, তেওঁলোকে এই প্ৰকৃত বিষয়বোৰ বুজিব নোৱাৰে,” আৰক্ষীয়ে তদন্ত কৰিলে তেওঁলোকৰ বেংক একাউণ্টৰ সবিশেষ জনাবলৈ ভাল পাব বুলি উল্লেখ কৰি হুছেইনে কয়।

“আমি চ’চিয়েল মিডিয়াৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই। আমি চ’চিয়েল মিডিয়াত আমাৰ অনুভৱ কিছুমানহে চেয়াৰ কৰিছিলো, যাতে কি ঘটি আছে তাৰ প্ৰতি আমি মানুহক সজাগ কৰিব পাৰো,” গোটটোৱে শেহতীয়া বিধ্বংসী বান আৰু গৰাখনীয়াত বেয়াকৈ ক্ষতিগ্ৰস্ত কিছুমান ভিতৰুৱা এলেকাত স্বাস্থ্য শিবিৰো আয়োজন কৰা বুলি সদৰী কৰি তেওঁ কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd