• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ ভূটান ভ্ৰমণ : ১০ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2019 9:42 am
Narendra-Modi-In-Bhutan-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শনিবাৰে প্ৰথমটো ভূটান ভ্ৰমণলৈ যায়।

জলবিদ্যুৎ, বাণিজ্য, শিক্ষাকে ধৰি বিভিন্ন বিষয়ত সহযোগিতা বৃদ্ধিৰ বাবে মোদীৰ এই ভূটান ভ্ৰমণ গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Apply Now

শনিবাৰে পাৰো আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত মোদীক ভূটানৰ প্ৰধান মন্ত্ৰী ড০ লোটে শ্বেৰিঙে আদৰণি জনায়।

মোদীয়ে থিম্ফুত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে।

ইয়াৰ পাছত মোদীয়ে শ্বেৰিঙৰ সৈতে এক বৈঠকত মিলিত হয়।

বৈঠকত ভাৰত-ভূটানৰ মাজৰ সহযোগিতাক সম্প্ৰসাৰিত কৰাৰ বিষয়ে বিতং আলোচনা কৰা হয়।

বৈঠকত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ১০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

812125-pm-modi-rupay
ভূটানত ডিজিটেল ক্রয় মাধ্যম ‘ৰুপে’ উন্মোচন মুকলি কৰাৰ মুহূৰ্তত প্ৰধান মন্ত্ৰী মোদী।

মহাকাশ গৱেষণা, তথ্য প্ৰযুক্তি, বিমান পৰিবহন, শক্তি তথা শিক্ষাখণ্ডক এই চুক্তিত সামৰি লোৱা হৈছে।

বৈঠকৰ পাছত এক যৌথ বিবৃতিত ভাৰতৰ প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে অৰ্থনৈতিক তথা সাংস্কৃতিক দিশত দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্ক অধিক উন্নত কৰাৰ সুযোগ আছে।

মোদীয়ে শ্বেৰিঙৰ সৈতে মাংডেশ্বু জলবিদ্যুৎ প্ৰকল্পৰ লগতে ভাৰত-ভূটান জলবিদ্যুৎ সহযোগিতাৰ পাঁচ দশক পূৰ্তি উপলক্ষে স্মাৰক টিকটো উন্মোচন কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে ঐতিহাসিক ছিমটোখা জঙত সামগ্ৰী ক্ৰয় কৰি দেশখনৰ ডিজিটেল ক্ৰয় মাধ্যম ‘ৰুপে’ কাৰ্ডো মুকলি কৰে।

ইয়াৰ দ্বাৰা দুয়োখন দেশৰ ডিজিটেল লেনদেন, বাণিজ্য তথা পৰ্যটনৰ সহযোগিতা বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।

নেতা দুগৰাকীয়ে ইছৰোৱে নিৰ্মাণ কৰা গ্ৰাউণ্ড আৰ্ছ ষ্টেশ্যনো মুকলি কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ শিক্ষানুষ্ঠানসমূহৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দেওবাৰে মোদীয়ে ৰয়েল য়ুনিভাৰ্ছিটিৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd