• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; দ্ৰুতবেগী ট্ৰাকে মহতিয়াই বিধস্ত কৰিলে স্কুটি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 22, 2019 10:34 pm
WhatsApp Image 2019-08-22 at 10.04.16 PM

দুৰ্ঘটনাত ট্ৰাকৰ তলত সোমাই যোৱা অৱস্থাত স্কুটিখন

849
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলত আজি নিশা ৯.২০ মিনিটত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী স্কুটি আৰোহীৰ।

জানিব পৰা মতে, দুৰ্ঘটনাটোত চলন্ত ট্ৰাকৰ তলত আৰোহীগৰাকী আহি থকা স্কুটিখন সোমাই গৈ সম্পুৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

স্কুটীখনৰ চালকগৰাকীৰ নাম ঋষি দাস বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত আহত হৈছে দাস।

আমি লাভ কৰা তথ্য অনুসৰি, বেলতলাৰ পৰা ঋষি দাস নামৰ যুৱকজন স্কুটি(এ এছ ০১ ডি জি ১২৮০)ৰে পাঞ্জাবাৰীৰ বাসগৃহলৈ আহি থকা অৱস্থাতে এ এছ ০১ টি ৬৭৪২ নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰকে পিছফালৰ পৰা আহি খুন্দা মাৰে।

আনহাতে, খুন্দা মৰাৰ ঠিক আগমুহুৰ্তত দাসে স্কুটিখন এৰি জাপ দিয়াৰ ফলতহে জীৱন ৰক্ষা পৰে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিয়ে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সেই স্থানত মহানগৰ আৰক্ষীৰ দল উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি দিছপুৰ থানালৈ লৈ যায়।

ঘটনাস্থলীত ৰাইজৰ অভিযোগ অনুসৰি ট্ৰাক চালকগৰাকীয়ে সুৰাপান কৰি গাড়ী চলাইছিল।

উপস্থিত ৰাইজে লগতে নিশা ১০ বজাৰ পূৰ্বে মহানগৰীত কিয় ট্ৰাক প্ৰৱেশ কৰিবলৈ দিয়া হয় বুলিও আৰক্ষীক জবাব দিহি কৰে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd