• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

গেংটকত ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতা : এক ব্যতিক্ৰমী প্ৰয়াস

এন ই নিউজ ব্যুৰো, গেংটক : by এন ই নিউজ ব্যুৰো, গেংটক :
November 18, 2017 9:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণ ২০১৭ ৰ খেলসমূহ অহা ২৩ নৱেম্বৰৰ পৰা ইয়াৰ পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পষেকজোৰা এই প্ৰতিযোগিতাখনৰ আয়োজক হৈছে গেংটকস্থিত পুনৰ্সংস্থাপন কেন্দ্ৰ ছেৰেনিটি হ’ম আৰু গেংটকৰ অন্যান্য কেইটামান পুনৰ্সংস্থাপন কেন্দ্ৰ।

গেংটক, দাৰ্জিলিং আৰু শিলিগুৰিৰ মুঠ ৭টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত যোৱাবোৰৰ বিজয়ী শিলিগুৰিৰ গুডউইল, শিলিগুৰিৰ উদাছ, দাৰ্জিলিঙৰ ফেল’শ্বিপ আৰু ফ্ৰিডম ফেচিলিটি, ইউনাইটেড ব্ৰাডাৰ্ছ, ৰিক’ভাৰিং ফেল’ছ আৰু গেংটকৰ ছেৰেনিটি হ’মছ।

Apply Now

পালজৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি ছেৰেনিটি হ’মৰ প্ৰতিষ্ঠাপক উদই ৰাইয়ে প্ৰকাশ কৰে যে ছেৰেনিটি কাপ ফুটবল প্ৰতিযোগিতাখন এখন এনেকুৱা প্ৰতিযোগিতা যি কেৱল সুস্থ চৰ্চাৰ এখন মঞ্চই নহয় লগতে তেওঁলোকক মুলসুঁতিলৈ উভতি অহাটো সহায় কৰিব। ‘’ প্ৰতিযোগিতাখনৰ মুখ্য উদ্দেশ্য হ’ল ব্যক্তিগত আৰোগ্যৰ উদযাপন আৰু একে সময়েত সমাজলৈ এই বাৰ্তা প্ৰেৰণ কৰা যে নিচাসক্তি এটা ৰোগহে মাথোঁ আৰু আৰু আৰোগ্য হোৱাৰ পিছত বহুতেই এটা ভাল জীৱন যাপন কৰিব পাৰে,’’-তেওঁ কয়।

ৰায়ে প্ৰকাশ কৰে যে আৰোগ্য লাভ কৰা সদস্যসকলক ইতিবাচক দিশেৰে জড়িত কৰি কাৰ্য্যসূচী প্ৰস্তুত কৰাত পুনৰ্সংস্থাপন কেন্দ্ৰসমূহে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বৰ্তমান প্ৰতিযোগিতাখনৰ সফলতাৰ পিছত  আৰোগ্য লাভ কৰা সদস্যসকলে গোটেই বছৰ ধৰি প্ৰতিযোগিতাখনৰ বাবে অনুশীলন কৰে আৰু এটা দল হৈ থাকে,’’-তেওঁ কয়।

আয়োজক সমিতিৰ উপদেষ্টা থুপটেন ৰাপগ্যেলে উল্লেখ কৰে যে প্ৰতিযোগিতাখন লীগ তথা নক্ আউট ফৰেমটত খেলোৱা হ’ব আৰু ৩৫ মিনিটৰ বিৰতি ৰখা হ’ব। লীগ পৰ্যায়ত দলবোৰক দুটা গ্ৰুপত ভগোৱা হ’ব। আয়োজকে বিজয়ী আৰু ৰানাৰ্ছ আপৰ বাবে নগদ ধনৰ বঁটা দিয়াৰ পৰিকল্পনা কৰিছে।

ফ্ৰিডম ফেচিলিটিৰ প্ৰতিষ্ঠাপক কে চি নিমাই প্ৰকাশ কৰে যে প্ৰতিযোগিতাখনে আৰোগ্য লাভ কৰা সদস্যসকল ক্ৰীড়া তথা গঠনমূলক কামকাজত ব্যস্ত ৰখাত ব্যাপক প্ৰভাৱ পেলাৱ। তেওঁ এনেধৰণৰ এখন বৃহৎ মঞ্চ আগবঢ়োৱাৰ বাবে ছেৰেনিটি হ’মৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

এন ই নিউজ ব্যুৰো, গেংটক :

এন ই নিউজ ব্যুৰো, গেংটক :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd