• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খাচি চলচ্চিত্ৰই অনুপ্ৰাণিত কৰিছে বলীউদৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 8:43 pm
Meghalaya-Film-1-600x375

চলচ্চিত্ৰখনৰ পোষ্টাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাচি চলচিত্ৰ নিৰ্মাতা প্ৰদীপ কুৰ্বাহৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ বলীউদৰ জনপ্ৰিয় অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকে তেওঁৰ এখন চলচ্চিত্ৰ মাৰাঠি ভাষাত পুনৰ নিৰ্মাণ কৰিছে।

প্ৰদীপ কুৰ্বাহৰ বঁটা প্ৰাপ্ত চলচ্চিত্ৰ ‘অ’নাতা : অব দ্যা আৰ্থ’ বলীউদৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ‘মান উধান ভাৰা’ নামেৰে মাৰাঠি ভাষালৈ পুনৰ নিৰ্মাণ কৰিব।

Apply Now

সঞ্জয় মেমনে পৰিচালনা কৰা ‘মান উধান ভাৰা’ চলচ্চিত্ৰখন অক্টোবৰৰ ১১ তাৰিখে ছবিগৃহত মুক্তি দিয়া হ’ব।

‘অ’নাতা : অব দ্যা আৰ্থ’ চলচ্চিত্ৰখনে ৬৩ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ খাচী ভাষাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল।

প্ৰাৰম্ভিক পৰ্যায়ত শতীশ কৌশিকে চলচ্চিত্ৰখন হিন্দী ভাষাত পুনৰ নিৰ্মাণ কৰাৰ ভাবিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চলচ্চিত্ৰখন মাৰাঠি দৰ্শকৰ বাবে বেছি উপযোগী হ’ব বুলি বিবেচনা কৰে।

মেঘালয়ৰ ট্ৰাইবেল জনসাধাৰণ এই ক্ষেত্ৰত গৌৰৱান্বিত হোৱা উচিত কাৰণ ‘অ’নাতা’ হ’ল অন্যভাষালৈ পুনৰনিৰ্মাণ কৰা প্ৰথমখন প্ৰথমখন খাচি ভাষাৰ চলচ্চিত্ৰ।

আনহাতে, অ’নাতা উত্তৰ-পূবৰ পৰা অন্যভাষালৈ পুনৰনিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰ। ইয়াৰ পূৰ্বে ১৯৭৫ চনত অসমীয়া চলচ্চিত্ৰ ‘চামেলী মেমচাহাব’ বেংগলী আৰু হিন্দী ভাষাত পুনৰনিৰ্মাণ কৰা হৈছিল।

চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকে মাৰাঠি ভাষাত নিৰ্মাণ হ’বলগীয়া চলচ্চিত্ৰখনক লৈ যথেষ্ঠ আশাবাদী হৈ পৰিছে।

চলচ্চিত্ৰখনৰ মাৰাঠি ভাষাৰ চিত্ৰনাট্য লিখিছে যশস্বী বঁটা প্ৰাপক চিত্ৰ নাট্যকাৰ সুমিতা ভাৱে আৰু সুনীল সুকথানকাৰে।

মাৰাঠি ভাষাত চলচ্চিত্ৰখনৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত ইয়াক হিন্দীতো নিৰ্মাণ কৰিব পাৰে বুলি সতীশে জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd