• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক কটাক্ষ ৰিপুন বৰাৰ : ‘বিজেপিয়ে নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিকলৈ মনত পেলায়’

বিজেপিয়ে চাহ শ্ৰমিকক এটকা দি ১০০ টকা কাঢ়ি লৈ গৈছে : ৰিপুন বৰা

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 26, 2019 10:27 pm
Ripun Bora press meet

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৮-১০ বছৰ ধৰি পূজাৰ সময়ত ২০ শতাংশ বানচ লাভ কৰি অহা ৰাজ্যৰ চাহ শ্ৰমিকক এইবাৰ বাগিচা কৰ্তৃপক্ষই লোকচানৰ দোহাই দি মাত্ৰ ৮.৩৩ শতাংশ বানচ দিবলৈ ওলোৱাক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

সোমবাৰে গুৱাহাটীস্থ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বৰাই কয় যে বিজেপি চৰকাৰক নিৰ্বাচনৰ সময়তহে চাহ শ্ৰমিক সকলক দৰকাৰ হয়, কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে।

‘তেওঁলোকে বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ সলনি জিলাই জিলাই আৰক্ষী প্ৰশাসনক চাহ শ্ৰমিকৰ সম্ভাব্য আন্দোলন প্ৰতিহত কৰাৰ বাবে সষ্টম থাকিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পৰাই বুজা যায় বিজেপি চৰকাৰখনৰ চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে আনুগত্য কিমান’। এইদৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰ উপৰি বৰাই কয়, ‘তোমালোকে ২০ শতাংশ দিব নোৱাৰা যদি তেওঁলোকৰ (চাহ-শ্ৰমিক) সৈতে আলোচনাৰ মাধ্যমৰে সমস্যাটো সমাধান কৰা’।

আনহাতে, ‘চাহ শ্ৰমিকক ২০১৬ চনতে ৩৫১ টকাৰ হাজিৰা দিম বুলি বিজেপি চৰকাৰ শাসনলৈ আহিছিল। পৰৱৰ্তী সময়ত ৱেইজ ব’ৰ্ড আৰু অসম কেবিনেটত চাহ শ্ৰমিকৰ মজুৰি বিল পাছ হৈ যোৱাৰ পাছতো মালিক পক্ষৰ আবেদনৰ ভিত্তিত চাহ শ্ৰমিকক বৰ্তমান পৰ্যন্ত ৩৫১ টকা হাজিৰা দিয়া নাই’ বুলি বৰাই মন্তব্য কৰে।

তেওঁ লগতে বিজেপিৰ ঘোষণা সমূহ মিছা বুলি অভিযোগ কৰি কয়, ‘বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত বাগিচা সমূহত ১০০ খন হাইষ্কুল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি চাৰে তিনি বছৰত এখনো স্কুল হৈ নুঠিল’।

সংবাদমেলতে বৰাই অভিযোগ কৰি ক’য়, ‘বিজেপি চৰকাৰে যদি চাহ শ্ৰমিক সকলক এখন হাতেৰে ১ টকা দিছে তেন্তে আনখন হাতেৰে ১০০ টকা লৈ গৈছে’।

‘১৫০০ টকীয়া মবাইল দি শ্ৰমিকৰ মাজত বিজেপিৰ নেটৱৰ্কিং বঢ়াইছে কিন্তু ৩৫১ টকাৰ হাজিৰা, ২০ শতাংশ বানচ আৰু ১০০  খন হাইষ্কুল এইবোৰ পাহৰি যোৱা বুলি বৰাই গুৰুতৰ অভিযোগ কৰে।

‘বিজেপিয়ে চাহ শ্ৰমিকক চেনী, চাউল, ৫০০০ হাজাৰ টকাও দিছে। সেয়া বৰ ভাল কথা কিন্তু এইবিলাক দিয়াৰ বিনিময়ত বাগানৰ শ্ৰমিক সকলক বিজেপিয়ে মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিছে’ বুলি বৰাই মন্তব্য কৰে।

আজিৰ সংবাদমেলতে বৰাই চৰকাৰ কৰ্তৃপক্ষক অতি শীঘ্ৰে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল’বৰ বাবে দাবী জনায়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd