• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়াই বাৰ্মিংহাম কমনৱেলথ গেমছ বয়কট কৰিম বুলি কোৱাটো খৰখেদা হ’ব : কিৰেণ ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2019 5:44 pm
Indian shooting

ভাৰতীয় শ্বুটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ বাৰ্মিংহাম কমনৱেলথ গেমছৰ ক্ৰীড়া সূচীৰ পৰা শ্বুটিঙক বাদ দিয়াৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই বাৰ্মিংহাম কমনৱেলথ গেমছ বহিষ্কাৰ কৰিবলৈ কোৱা সন্দৰ্ভত মত ব্যক্ত কৰি ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই এই সম্পৰ্কে এতিয়াই সিদ্ধান্ত লোৱাটো খৰখেদা হ’ব বুলি কয়।

আদৰ্শগত বিষয় হিচাপে দেখুৱাই কমনৱেলথ গেমছত শ্বুটিঙক অন্তৰ্ভূক্ত নকৰাৰ সিদ্ধান্ত লয় বাৰ্মিংহামৰ উদ্যোক্তা সমিতিয়ে।

Apply Now

উদ্যোক্তা সমিতিৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভাৰতীয় অলিম্পিক সংস্থাৰ লগতে ৰাষ্ট্ৰীয় শ্বুটিং ফেদাৰেশ্যনে।

‘‘ভাৰতীয় অলিম্পিক সংস্থাই ২০২২ চনৰ কমনৱেলথ গেমছত শ্বুটিঙক অন্তৰ্ভূক্ত নকৰা সিদ্ধান্তৰ বিষয়লৈ মোক সাক্ষাৎ কৰে আৰু এই সন্দৰ্ভত মোক অৱগত কৰে’’-এটা সাক্ষাৎকাৰত কয় ৰিজিজুই কয়।

তেওঁলোকে ভাৰতে ক্ৰীড়া প্ৰতিযোগিতাখন বয়কট কৰাৰ সম্ভাৱনীয়তাৰ প্ৰসংগও উত্থাপন কৰে বুলি ৰিজিজুই উল্লেখ কৰে।

আনহাতে, ৰিজিজুই প্ৰতিনিধি দলটোক কমনৱেলথ গেমছৰ উদ্যোক্তা সমিতিক ভাৰতৰ তৰফৰ পৰা এই সন্দৰ্ভত নিজৰ স্থিতি লগতে গভীৰ উদ্বেগ প্ৰকাশ কৰা বুলি অৱগত কৰে।

‘‘যদিহে উদ্যোক্তা সমিতিয়ে সিদ্ধান্ত সলনি নকৰে কি কৰিব পাৰি আমি বিৱেচনা কৰিম কিন্তু এতিয়াই ক্ৰীড়া প্ৰতিযোগিতাখন বয়কট কৰিম বুলি কোৱাটো খৰখেদা সিদ্ধান্ত হ’ব’’ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ বয়কট কৰাটোৱে সমস্যাৰ সমাধান নহয় বুলিও উল্লেখ কৰে।

ভাৰতীয় অলিম্পিক সংস্থা আৰু কমনৱেলথ গেমছৰ বিষয়ববীয়াৰ সৈতে হ’বলগীয়া বৈঠকৰ পৰা কোনোধৰণৰ শেষ সিদ্ধান্ত নহালৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাটো উচিত নহয় বুলি ৰিজিজুই মত প্ৰকাশ কৰে।

১৯৭০ চনৰ এদিনবাৰ্গ কমনৱেলথ গেমছৰ বাদে ১৯৬৬ চনৰ পৰাই শ্বুটিং প্ৰতিখন কমনৱেলথ গেমছৰ অন্তৰ্ভূক্ত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd