• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাতিপুৱা ১০ বজাত প্ৰকাশ পাব চূড়ান্ত এন আৰ চি; অসমৰ ৰাইজক শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2019 8:55 am
Sarbananda Sonowal

সৰ্বানন্দ সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্যত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সময়ছোৱাত অসমৰ জনসাধাৰণক শান্তি-সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক বিবৃতিযোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ভাৰতৰ মহাপঞ্জীয়কৰ তত্ত্বাবধানত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দ্বাৰা শনিবাৰে এন আৰ চিৰ চূড়ান্ত তালিক ৰাজহুৱাকৈ প্ৰকাশ পাব।

Apply Now

বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ জনসাধাৰণৰ সহযোগত, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ সহযোগিতাৰে এন আৰ চিক চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত জনসাধাৰণে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে বুলি সোণোৱালে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ সময়ত অসমৰ সমূহ জনসাধাৰণে পূৰ্বৰ দৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব।

এন আৰ চিৰ অংশ খচৰা আৰু পূৰ্ণ খচৰা প্ৰকাশৰ সময়ত বহু শক্তিয়ে অপপ্ৰচাৰ চলাইছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে অসমৰ ৰাইজৰ সহযোগিতাৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ অব্যাহত আছিল।

এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নাথাকিলেও নূন্যতম চিন্তা কৰিবলগীয়া নাই বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিবৃতিযোগে স্পষ্ট কৰি দিছে যে যিসকলৰ নাম বাদ পৰিব তেখেতসকলে বিদেশী ন্যায়াধীকৰণত আবেদন কৰাৰ সুযোগ লাভ কৰিব।

পূৰ্বতে আবেদন কৰাৰ সময় সীমা ৬০ দিন আছিল যদিও ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৬০ দিনৰ পৰিৱৰ্তে ১২০ দিনলৈ বৃদ্ধি কৰিছে।

আনহাতে, যিসকলে চৰকাৰৰ পৰা আইনী সাহায্য বিচাৰিব সেইসকলক আইনী সাহায্যও দিয়া হ’ব বুলি সোণোৱালে কয়।

কেনেও এন আৰ চি প্ৰকাশৰ সময়ত ভীতিগ্ৰস্ত আৰু শংকিত হ’ব নালাগে। মুখ্য মন্ত্ৰীয়ে লগতে কয় যে যিমানে অপপ্ৰচাৰ নকৰক কিয় এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াটোত ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবাঢ়াই আহিছে।

ভাৰতৰ মহাপঞ্জীয়ক তথা ৰাজ্যিক এন আৰ চি সমন্বয়কক ৰাইজে সহযোগিতা আগবঢ়াই আহিছে বুলি মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে কাইলৈ প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাৰ সময়টো জনসাধাৰণে আন্তৰিকতাৰে সহযোগিতা কৰিব।

মুখ্য মন্ত্ৰীয় কয় যে চৰকাৰ যি কোনো সমস্যাৰ ক্ষেত্ৰত জনসাধাৰণৰ ওচৰত আছে। এন আৰ চিত নাম অন্তৰ্ভু্ত নোহোৱা লোকসকলৰ সুধিবলগীয়া বিষয় সমূহ জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd