• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ সন্তুষ্টি প্ৰকাশৰ বাবেই বিজেপিৰ ৰোষত প্ৰফুল্ল মহন্ত

‘মহন্তৰ বক্তব্যই প্ৰমাণ কৰিছে তেওঁৰ অবৈধ বাংলাদেশী প্ৰীতি’-বিজেপি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2019 8:25 am
index2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত বিদেশী মুক্ত অসম গঢ়াৰ নিমিত্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ কৃতিত্ব লোৱা বিজেপিৰ ৰোষত পৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

মহন্তৰ দোষ ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ সন্তুষ্টি প্ৰকাশ।‘

Apply Now

উল্লেখযোগ্য যে, এনআৰচিৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতেই এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি ইয়াক ‘মাইলৰ খুটি’ আখ্যা দিয়ে।

index
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

মহন্তই এনআৰচিক লৈ আগবঢ়োৱা বক্তব্যৰ পাছতে তেওঁৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ মিডিয়া পেনেলিষ্ট সুভাষ দত্ত।

শণিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত মহন্তৰ বক্তব্যৰ অন্তৰালত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দত্তই কয়, ‘’সময়ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি জাতীয় জনগোষ্ঠীয় সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানো এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ সন্তুষ্ট নহয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ত্ৰুটিপূৰ্ণ, লাখ লাখ বিদেশীৰ নাম সোমাই যোৱা বুলি সন্দেহ হৈছে, তেনে অৱস্থাত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে এই যি বক্তব্য ৰাখিছে এই বক্তব্যই তেওঁৰ অবৈধ বাংলাদেশী প্ৰীতি প্ৰমাণ কৰিছে।‘’

ইপিনে, বিজেপিৰ মতে মহন্তই এইবাৰেই প্ৰথম বুজাবুজি কৰা নাই।

‘’প্ৰফুল্ল মহন্তই এই কম্প্ৰমাইছ আজিয়েই কৰা নাই, ১৯৯৬ চনত আব্দুল মহিম মজুমদাৰক তেওঁৰ কেবিনেটৰ সদস্য পাতিছিল।  অসম আন্দোলনৰ বিৰোধিতা কৰা, বাংলাদেশী ৰক্ষণাবেক্ষণৰ পক্ষত থকা চিপিআই, চিপিএমৰ লগত লগ লাগি প্ৰফুল্ল মহন্তই চৰকাৰ কৰা দিনাই প্ৰথম কম্প্ৰমাইছ কৰিছিল,’’ -মহন্তৰ বুজাবুজিৰ বৰ্ণনা দি সুভাষ দত্তই কয়।

তদুপৰি,‘’অবৈধ বিদেশীক বহিস্কাৰ কৰাৰ দাবীত অসম আন্দোলনত ৮৫৫ জন চহিদ হৈছিল’’ বুলি মন্তব্য কৰি দত্তই কয়, ‘’তেওঁলোক চহিদ হোৱাৰ পাছত প্ৰফুল্ল মহন্ত মুখ্য মন্ত্ৰী হৈছিল। অসম আন্দোলনৰ আলম লৈ তথা অসম চুক্তিৰ আলম লৈ তেওঁ ১০ বছৰ মুখ্য মন্ত্ৰীৰ আসনত আছিল।‘’

বিজেপিৰ মতে মহন্তৰ বক্তব্যই অকল চহিদ সকলকেই অপমান কৰা নাই।

‘’মহন্তই স্বাভাৱিকতে সেই সময়ত যিটো আন্দোলনৰ নেতৃত্ব দিছিল, সেই আন্দোলনৰ নেতৃত্ব দিয়াৰ অন্তৰালত তেওঁৰ ব্যক্তিগত অভিলাষৰ কথাও প্ৰতিফলিত কৰে,’’- দত্তই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd