• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুম বুম বুমৰাহ : হেট্ৰিকসহ অভিলেখেৰে তচনচ কৰিলে ৱেষ্টইণ্ডিজৰ বেটিং লাইন আপ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2019 2:25 pm
bumrah-main-759

ফটো : উৎস ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্টইণ্ডিজৰ চাবিনা পাৰ্কত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে খেলা দ্বিতীয় তথা অন্তিমখন টেষ্টত ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহে ৱেষ্টইণ্ডিজৰ বেটিং লাইন আপ তচনচ কৰি দিয়ে।

বুমৰাহে টেষ্ট ক্ৰিকেটত নিজৰ প্ৰথমটো হেট্ৰিক কৰে। এইক্ষেত্ৰত তেওঁ হ’ল তৃতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ।

Apply Now

ইয়াৰ পূৰ্বে ভাৰতৰ হৰভজন সিং আৰু ইৰাফান পাঠানে টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

খেলখনৰ দ্বিতীয় দিনা ভাৰতৰ প্ৰথম ইনিংছৰ ৪১৬ ৰাণৰ স্কোৰ অনুসৰণ কৰিবলৈ ক্ৰীজত নামি ৱেষ্টইণ্ডিজৰ দলটো বুমৰাহৰ সন্মুখত প্ৰায় অসহায় হৈ পৰে।

য়ৰ্কাৰ সম্ৰাট গৰাকীয়ে পঞ্চমবাৰৰ বাবে ৫টা উইকেট দখল কৰে। ১২.৫ অ’ভাৰত ৱেষ্টইণ্ডিজৰ স্কোৰ মাত্ৰ ২২/৫ হয়গৈ।

বুমৰাহে ছয় নম্বৰ অ’ভাৰত অপেনাৰ ক্ৰেইগ ব্ৰেথৱেইটক ১০ ৰাণত আউট কৰে। এইদৰে তেওঁ আটাইকৈ দ্ৰুত (৫.৫ অ’ভাৰত) ৫টা উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে বুমৰাহে চতুৰ্থ অ’ভাৰতে ডেৰেন ব্ৰেভ’, ছেমৰ ব্ৰুকছ আৰু ৰোষ্টন চেছক আউট কৰি হেট্ৰিক অৰ্জন কৰে।

তদুপৰি. ইয়াৰ পূৰ্বৰ অ’ভাৰটোতে যশপ্ৰীতে জন কেম্পবেলক পেভেলিয়নলৈ পঠাইছিল।

দিনটোৰ খেল সামৰণি পৰাৰ সময়ত বুমৰাহে ৯.১ অ’ভাৰ বলিং কৰি ১৬ ৰাণৰ বিনিময়ত ৬টা উইকেট দখল কৰে।

বুমৰাহৰ এই অ’ভাৰকেইটাৰ মাজত ৩টা মেইডেন অ’ভাৰো আছে। মেচখনত ৱেষ্টইণ্ডিজে ইতিমধ্যে ৭টা উইকেট হেৰুৱাই মাত্ৰ ৮৭ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ভাৰতে প্ৰথম ইনিংছত ৪১৬ ৰাণ সংগ্ৰহ কৰে। হনুমা বিহাৰীয়ে সৰ্বাধিক অপৰাজিত ১১১ ৰাণ কৰে। এইটো তেওঁৰ টেষ্ট জীৱনৰ প্ৰথমটো শতৰাণ।

ইশান্ত শৰ্মা আৰু বিহাৰীয়ে মিল অষ্টম উইকেটৰ যুটীত ১১২ ৰাণ সংগ্ৰহ কৰে। ইশান্তে তেওঁৰ প্ৰথমটো অৰ্দ্ধশতক অৰ্জন কৰে। তেওঁ ৮০টা বলত ৭টা বাউণ্ডেৰীৰ সহায়ত ৫৭ৰাণ সংগ্ৰহ কৰে।

আনহাতে, বিহাৰীয়ে ২২৫ টা বলত ১৬টা বাউণ্ডেৰীৰ সহায়ত ১১১ ৰাণ সংগ্ৰহ কৰে। তদুপৰি, ইয়াৰ পূৰ্বে অধিনায়ক বিৰাট কোহলীয়ে ৭৬ আৰু মায়ংক আগৰৱালে ৫৫ৰাণৰ ইনিংছ খেলে।

ৱেষ্টইণ্ডিজৰ হৈ জেছন হ’ল্ডাৰে ৫টা উইকেট দখল কৰে। ৰখিম কোৰ্ণৱালে ৩টা উইকেট দখল কৰাৰ বিপৰীতে কেম’ৰ ৰোচ আৰু ক্ৰেইগ ব্ৰেথৱেইটে এটাকৈ উইকেট লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd