• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰিল হোজাইৰ ১৪১৪ টা খিলঞ্জীয়া পৰিয়ালৰ নাম

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 2, 2019 10:29 am
hojai-nrc-1140x570

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাৰ ১৪১৪টা খিলঞ্জীয়া পৰিয়ালৰ নাম শনিবাৰে প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিৰ তালিকাত বাদ পৰিছে।

জিলাখনৰ লামডিং সমষ্টিৰ অন্তৰ্গত ডৰাপথাৰ গাঁৱৰ কোচ-ৰাজবংশী, গাৰো, ডিমাচা, দালো আৰু বঙালী সম্প্ৰদায়ৰ এই লোকসকলৰ নাম এন আৰ চিত নাহিল।

Apply Now

ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱাৰ পাছত ১৯৬৪ চনত পূব পাকিস্তানৰ পৰা তদানীত্বন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ আহ্বানত পৰিয়ালকেইটা অসমলৈ আহিছিল।

প্ৰথম অৱস্থাত তেওঁলোকে গোৱালপাৰা জিলাৰ বিভিন্ন শৰণাৰ্থী শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিছিল।

ইয়াৰ পাছত তেওঁলোকক ৰাজ্য চৰকাৰৰ ফালৰ পৰা শৰণাৰ্থীৰ প্ৰমান পত্ৰ দিয়া হয় আৰু ১৯৬৭ চনত ডৰাপথাৰ গাঁৱলৈ স্থানান্তৰ কৰা হয়।

তেওঁলোকক জীয়াই থকাৰ বাবে মাটি,গৰু,ধন আদি আগবঢ়োৱা হৈছিল।

১৯৬৪ চনত পূব পাকিস্তানৰ পৰা অসমলৈ অহা শৰণাৰ্থীসকলৰ ভিতৰত একমাত্ৰ জীৱিত ব্যক্তি প্ৰবেশ সৰকাৰে এন আৰ চি সন্দৰ্বত শংকা ব্যক্ত কৰিছে।

অৱশ্যে তেওঁৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত আছে যদিও তেওঁৰ ভাতৃৰ নাম বাদ পৰিছে।

তেওঁ কয়,’’ আমি চৰকাৰে দিয়া শৰণাৰ্থীৰ প্ৰমান পত্ৰৰ লগতে সকলোবোৰ নথি দাখিল কৰিছিলো যদিও এইবোৰ এন আৰ চি কৰ্তৃপক্ষই গ্ৰহণ নকৰিলে।‘’

‘’ডৰাপথাৰ গাঁৱৰ ১৪১৪টা পৰিয়ালৰ প্ৰায় ৪০০০ লোকৰ নাম চূড়ান্ত এন আৰ চিত বাদ পৰিছে,’’-তেওঁ জানিবলৈ দিয়ে।

‘’যদি বিদেশী ন্যায়াধীকৰণত আবেদন কৰাৰ পাছতো আমাৰ নাম এন আৰ চিত নাহে, আমি এন আৰ চিৰ বিষয়াসকলৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ  কৰিবলৈ বাধ্য হ’ম,’’-ডৰাপথাৰ গাঁৱৰ এগৰাকী বাসিন্দাই কয়।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd