• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ অধিৱেশন : উপস্থিত থাকিব দেশ-বিদেশৰ ভালেমান বড়ো মূলীয় লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2018 2:55 pm
BoroSabha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ মুচলপুৰ অধিৱেশনত উপস্থিত থাকিব দেশ-বিদেশৰ ভালেমান বড়ো মূলীয় লোক। এই কথা জানিবলৈ দিছে আয়োজক সমিতিয়ে। ইয়াৰ ভিতৰত আছে- বাংলাদেশৰ বড়ো জনগোষ্ঠী, ত্ৰিপুৰী জনগোষ্ঠী, ভূটান ৰাষ্ট্ৰৰ বড়ো জনগোষ্ঠী, ভূটো জনগোষ্ঠী, নেপাল ৰাষ্ট্ৰৰ বড়ো জনগোষ্ঠী, মেছে জনগোষ্ঠী, ইণ্ডোনেছিয়া ৰাষ্ট্ৰৰ বড়ো জনগোষ্ঠী, বালি জনগোষ্ঠী, ত্ৰিপুৰাৰ বড়ো জনগোষ্ঠী, কোক-বৰক জনগোষ্ঠী, মেঘালয়ৰ বড়ো জনগোষ্ঠী, পশ্চিমবংগৰ বড়ো জনগোষ্ঠী, মেছে জনগোষ্ঠীৰ প্ৰতিনিধি। আয়োজকে জনোৱা মতে, এই জনগোষ্ঠীবোৰৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে। লগতে অসমৰ বিভিন্ন জিলাৰ পৰা বড়ো জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰিব।

বাগচা জিলাৰ মুচলপুৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ ৫৭সংখ্যক এই অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।

Apply Now

উল্লেখযোগ্য যে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশখন তিনি দিনীয়াকৈ অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব। অধিৱেশনখনৰ বাবে সময়ত সকলো সাজু কৰি তুলিবলৈ মূল আদৰণি সমিতিকে ধৰি বিভিন্ন উপসমিতিবোৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

আনহাতে অধিৱেশন উপলক্ষে প্ৰকাশ পাব লগীয়া বহুতো গ্ৰন্থৰ কামো ছপাশালবোৰত চলি আছে বুলি জানিব পৰা গৈছে। অনুষ্ঠানটোৰ স্মৃতি সংৰক্ষৰ বাবে এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ দিহা কৰা হৈছে, যিখনৰ সম্পাদনা কৰিছে দেওবৰ ৰামচিয়াৰীয়ে।
আনহাতে আয়োজ সমিতিয়ে জানিবলৈ দিয়া মতে, অধিৱেশনৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হেমন্ত বিশ্ব শৰ্মা, বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক ফণীন্দ্ৰ গয়াৰী, ইংলেণ্ড নিবাসী ডাঃ প্ৰবীৰ ব্ৰহ্ম, ভালেকেইজন বড়ো মন্ত্ৰী তথা বিধায়কো উপস্থিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd