• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ তপন গগৈৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 5, 2019 2:25 pm
IMG-20190905-WA0003

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে শিৱসাগৰৰ দিচাংমুখৰ গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰিবলৈ যোৱা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হয়।

পৰিদৰ্শনৰ সময়ত স্থানীয় চিতলডুবি প্ৰাথমিক বিদ্যালয় আৰু অফলা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে হাতত প্লে কাৰ্ড লৈ আমাৰ শিক্ষানুষ্ঠান ৰক্ষা কৰি আমাৰ ভৱিষ্যত ৰক্ষা কৰক, গৰাখহনীয়া ৰোধ কৰক, আদি শ্ল’গান দি খহনীয়া ৰোধৰ স্থায়ী সমাধান কৰিবলৈ মন্ত্ৰীৰ লগতে সাংসদ গৰাকীক আহ্বান জনায়।

Apply Now

অঞ্চলটোৰ শতাধিক ৰাইজ, তিনিখন গাঁৱৰ উন্নয়ন সমিতি আৰু শিৱসাগৰ জিলা টি এম পি কেই গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাংসদ-মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে বৃহত্তৰ দিচাংমুখ অঞ্চলৰ অফলা, চৰাইপৰা, মামল গড়ভঙা আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে।

এইবাৰ বানপানীৰ পাছত ব্ৰহ্মপুত্ৰ নদীয়ে শ-শ হেক্টৰ মাটি খহাই নিয়াৰ ফলত উক্ত অঞ্চলৰ ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছিল।

সংবাদ মাধ্যমত এই খবৰ লাভ কৰি বুধবাৰে সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী কেশৱ মহন্ত, জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া সকলে খহনীয়া অঞ্চল সমূহ নাৱেৰে পৰিদৰ্শন কৰে।

ইফালে সাংসদ তপন গগৈ আৰু মন্ত্ৰী কেশৱ মহন্তই কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে এই দৰে প্ৰতিবাদ কৰা দেখি দুখ প্ৰকাশ কৰিছে আৰু চলিত বৰ্ষতেই আঁচনি প্ৰস্তুত কৰি খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

গৰাখহনীয়া পৰিদৰ্শনৰ সময়ত কেশৱ মহন্ত, তপন গগৈৰ উপৰি বিধায়ক কুশল দুৱৰী, যোগেন মহন, জিলা উপায়ুক্ত ডাঃ এচ লক্ষ্মণন আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

বস্তৰত দীপাৱলী উদযাপন কৰি কাক ‘দিমাগী নক্সাল’ আখ্যা দিলে প্ৰধানমন্ত্ৰী মোডীয়ে?

November 8, 2026 7:36 pm
কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

কেৱল ছুপাৰমুন নহয়, নৱেম্বৰৰ আকাশত ঘটিব আন কেইবাটাও বিৰল পৰিঘটনা! আপুনি চাবলৈ সাজুনে?

November 8, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd