• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বজুৰি ই-মে’ইল ডাউন য়াহুৰ, বিপদত ইউজাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 8:03 pm
Yahoo mail down, users in trouble

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়াহু মে’ইল আৰু ৱে’বছাইট ডাউন হৈছে, আৰু বিশ্বজুৰি বিপদত পৰিছে বহু ব্যৱহৃত চাৰ্চ এঞ্জিন আৰু ই-মে’ইল চাৰ্ভিচটোৰ ইউজাৰসকল।

গুগলৰ পিছতে সৰ্বাধিক জনপ্ৰিয় ই-মে’ইল চাৰ্ভিচটো ভাৰতীয় সময়মতে বৃহস্পতিবাৰে দুপৰীয়া ১২.০৮ বজাৰ পৰা ডাউন হৈছে।

Apply Now

আধুনিক জীৱনৰ এৰাব নোৱাৰা প্ৰয়োজন ই-মে’ইলটো ডাউন হোৱাৰ ফলত বিশ্বজুৰি য়াহু ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।

সন্মুখীন হোৱা সমস্যা বহুতে চ’চিয়েল মিডিয়াত ইতিমধ্যে ৰাজহুৱা কৰিছে।

ৱে’বছাইটটো ডাউন হোৱাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিষয়টোৰ সত্যতা য়াহুৰ শেহতীয়া এটা টুইটৰ পৰা স্পষ্ট হৈছে।

“ই-মে’ইলকে ধৰি আমাৰ কিছুমান সেৱাত আপুনি প্ৰৱেশ কৰিব নোৱাৰিব পাৰে। বৰ্তমান আমি সৰ্বাধিক অগ্ৰাধিকাৰ দিছো ইয়াক ঠিক কৰাত। আপোনাৰ ধৈৰ্য্যৰ আমি শলাগ লওঁ,” য়াহু গ্ৰাহক সেৱাৰ টুইট।

You may not be able to access some of our services, including email. Our top priority right now is getting this fixed. We appreciate your patience.

— Yahoo Customer Care (@YahooCare) September 5, 2019

বহুলভাৱে ব্যৱহৃত ই-মে’ইলটো ডাউন হোৱাত ইউজাৰৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ মোকাবিলা কৰাৰ বাবে য়াহু গ্ৰাহক সেৱাই আন এটা টুইটো কৰিছে: আমি বুজিছো আপোনাৰ বাবে ই কিমান কঠিন হৈছে।

বেংলুৰু, মুম্বাইকে ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰসমূহ এতিয়াও এই অসুবিধা প্ৰকট হোৱা নাই। কিন্তু, ইতিমধ্যে মালয়েছিয়া আৰু ইন্দোনেছিয়াত সমস্যাটোৱে দেখা দিছে।

প্ৰায় সমগ্ৰ ইউৰোপতে য়াহু সেৱা ডাউন হৈছে। এমেৰিকাৰো নিউ য়ৰ্ক, লছ এঞ্জেলছ, ছেন ফ্ৰেন্সিস্ক’ আদিতো য়াহু ডাউন হৈছে।

বেছিভাগ সেৱাই পুনৰ অনলাইন কৰিবলৈ সক্ষম হোৱা বুলি জনাই গ্ৰাহকৰ প্ৰতি  ক্ষমা প্ৰাৰ্থনাৰে য়াহু কেয়াৰে কিছু সময় পূৰ্বে আন এটা টুইট কৰিছে।

Most services are back online. This is a technical issue that affected our services. We are sorry for the inconvenience and thank you for your patience as we get everything back up and running.

— Yahoo Customer Care (@YahooCare) September 5, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd