• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰূপম গোস্বামীয়ে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন : দুৰ্গাদাস বড়ো

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 31, 2018 5:52 pm
Durga Das Bodo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি এখন সংবাদমেলৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে গাড়ীৰ কেলেংকাৰীৰ অভিযোগ অনাৰ বিৰোধিতা কৰি আজি কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে এখন সংবাদ মেলৰ জৰিয়তে এই অভিযোগ ভিত্তিহীন বুলি সদৰী কৰে।

আজিৰ সংবাদমেলত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে কিদৰে ৫০ হাজাৰ টকাৰ পৰা তিনি মাহৰ ভিতৰত ৮০ কোটি টকাৰ ব্যৱসায় কৰিলে সেই ৰহস্য ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনায়। এই ক্ষেত্ৰত এয়া দুৰ্নীতিৰ পৰিৱৰ্তে নীতি নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

Apply Now

এই প্ৰসংগত তেওঁ কয় যে বিজেপিৰ দৰে পাবত গজা আৰু আৰ এছ এছৰ ছত্ৰছায়াত থকা বিজেপি দলৰ নেতা কৰ্মীয়ে জৱাহৰলাল নেহৰুৰ কৰ্ম আৰু ত্যাগ ঢুকি নোপোৱাটো স্বাভাৱিক। এই ক্ষেত্ৰত তেওঁ শিয়ালে আঙুৰ ঢুকি নাপালে টেঙা বুলি কোৱাৰ দৰে তাচ্ছিল্যসূচক মন্তব্য কৰে।

তদুপৰি জৱাহৰলাল নেহৰুৱে নিজৰ সম্পদৰাজি দেশৰ বাবে উচ্চৰ্গা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এনে এগৰাকী ত্যাগী ব্যক্তিৰ বিষয়ে অপমান সূচক মন্তব্য দিয়াটো সমগ্ৰ দেশৰ বাবে অপমানজনক কথা।

উক্ত সংবাদমেলত প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰি ৰূপম গোস্বামীয়ে দেশৰ সম্প্ৰতীৰ প্ৰতি ভাবুকি অনা বুলি সদৰী কৰে। লক্ষণীয় যে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে কালি সংবাদমেলত দেশৰ প্ৰয়াত মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী কিয় খান নহৈ গান্ধী হ’ল বুলি এক মন্তব্য কৰিছিল। এই সন্দৰ্ভত বড়োৱে কয় যে ধৰ্ম নিৰপেক্ষ দেশত এই মন্তব্যৰ জৰিয়তে ৰূপম গোস্বামীয়ে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিব খুজিছে আৰু এই কথা দুৰ্ভাগ্যজনক।

সংবাদ মাধ্যমত ৰাজ্যিক মুখপাত্ৰগৰাকীৰ আপমানসূচক মন্তব্যবোৰ ব্যাপকভাৱে প্ৰচাৰিত হৈছে, যিবোৰে দেশৰ সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণক প্ৰৰোচিত কৰিছে বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত ৰূপম গোস্বামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দুৰ্গাদাস বড়োৱে সংশ্লিষ্ট কতৃপক্ষক দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd