• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত PUBG যুদ্ধ, লক্ষ্য ১.৫ কোটি টকাৰ পুৰস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 5:13 pm
PUBG GamesPUBG Mobile India Tour 2019 Guwahati

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনা প্ৰতিষ্ঠান Tencent Gamesএ আয়োজন কৰিছে PUBG Mobile India Tour 2019ৰ গুৱাহাটী সংস্কৰণ।

অহা ৮ ছেপ্তেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰে’ড চেণ্টাৰত আয়োজিত এই প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈৰ লক্ষ্য হ’ব ১.৫ কোটি টকা।

গুৱাহাটী সংস্কৰণত বাচনি হোৱা চাৰিটা দলে India finalsত স্থান লাভ কৰিব। ফাইনেলৰ বিজয়ীয়ে উক্ত ১.৫ কোটি টকা প্ৰাইজ পুলৰ কৰ্তৃত্ব দাবী কৰাৰ সুযোগ পাব।

২০০০তকৈ অধিক দলৰ পৰা বাচনি কৰা শ্ৰেষ্ঠ ২০টাক গুৱাহাটী ফাইনেল খেলাৰ সুযোগ দিয়া হ’ব।

২০ মাৰ্কতকৈ অধিক লেভেল পোৱা PUBG ম’বাইল একাউণ্টধাৰী  আৰু গ্ৰুপ বি-ত পঞ্জীভুক্ত যিকোনো ভাৰতীয় বাসিন্দাৰ বাবে এই প্ৰতিযোগিতা মুকলি থাকিব।

ক’লকাতাত অহা অক্তোবৰত অনুষ্ঠিত হ’ব লগা ফাইনেলৰ বাবে Rising Hydra, Team Titans, Kill2Survive and Revenge Esports নামৰ ভাৰতৰ চাৰিটা দলে ইতিমধ্যে বাচনি লাভ কৰিছে।

নতুন চাৰিটা দলে ফাইনেললৈ ৱাইল্ড কাৰ্ড এণ্ট্ৰি লাভ কৰিব।

ৰাজস্থানৰ জয়পুৰত যোৱা ২৫ আগষ্টত PUBG Mobile India Tour 2019ৰ প্ৰথম আঞ্চলিক ফাইনেলখন অনুষ্ঠিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd