• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২১ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপি,অগপ আৰু বি পি এফে একেলগে নিৰ্বাচন খেলিব : হাগ্ৰামা মহিলাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 4:41 pm
04-05-18-Mushalpur-Hagrama-Mohilary-address-media-2-1

হাগ্ৰামা মহিলাৰী। ফাইল ফটো

701
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমবাৰে অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অসমত পুনৰবাৰ সৰ্বানন্দ সোণোৱাল মুখ্য মন্ত্ৰী হ’ব বুলি মন্তব্য কৰে।

আনহাতে, বি টি চি প্ৰধান গৰাকীয়ে ২০২১ বিধান সভা নিৰ্বাচনত বিজেপি, অগপ আৰু বি পি এফে মিত্ৰজোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও কয়।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিষয়ে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই ২০ বছৰৰ বাবে কেন্দ্ৰত বিজেপি চৰকাৰৰ শাসন থাকিব বুলি কয়।

উল্লেখযোগ্য যে, হাগ্ৰামাই কেন্দ্ৰ চৰকাৰে সহযোগ কৰিলে জংঘলত থকা এন ডি এফ বি (এছ) উগ্ৰপন্থী সংগঠনৰ সদস্য সকলকো ঘূৰাই আনিবলৈ পৰা যাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

হাগ্ৰামাই বি টি এ ডি অঞ্চলত সম্পূৰ্ণৰূপে উগ্ৰবাদৰ সমাপ্তি ঘটাই তেওঁলোকে উন্নয়ণৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও উল্লেখ কৰে।

নেডাৰ বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ জনসাধাৰণক ধাৰা ৩৭১ ক লৈ কোনোকাৰণতে শংকিত নহ’বৰ বাবে আহ্বান জনায়।

Recent News

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

“শেষৰ উপায় নহয়”: ভাইৰেল কলা শাখাৰ ওপৰত থকা ভুল ধাৰণাক লৈ লিখা ডি ইউ ছাত্ৰীৰ লিংকডিন পোষ্ট

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ডেভিদ এটেনব’ৰ’ৰ নৱতম ছবি ‘অ’চেন’ত ‘পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান’ সাগৰৰ ট্ৰিটমেন্টৰ কথা!

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd