• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰাহকলৈ ৱামূলৰ নতুন উপহাৰ ‘পূৰবী দহী’ আৰু ‘মছালা লাচ্ছি’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 7:03 pm
WAMUL

ৱামূলৰ নতুন সামগ্ৰী মুকলিৰ সময়ত ৰিহণ দৈমাৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ চমুকৈ ৱামূল অৰ্থাৎ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবীয়ে সোমবাৰে গুৱাহাটীৰ নেডফি সন্মিলন কেন্দ্ৰত পূৰবী দহী আৰু মছালা লাচ্ছি শীৰ্ষক  দুবিধ নতুন খাদ্য সামগ্ৰী মুকলি কৰে।

অসমৰ সমবায় বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী আৰু ৰাজ্য চৰকাৰৰ প্ৰধান সচিব বিশ্বৰঞ্জন ছামালে আনুষ্ঠানিকভাৱে ৱামূলৰ নতুন সামগ্ৰী দুবিধ মুকলি কৰে।

উল্লেখযোগ্য যে, পূৰবী হৈছে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ ব্যাণ্ড নাম। পূৰবী সমগ্ৰ উত্তৰ-পূব ভাৰতৰে সৰ্ববৃহৎ সক্ৰিয় ডায়েৰী।

২০১৮ চনত পূৰবীয়ে ‘ছুইট লাচ্ছি’ শীৰ্ষক সামগ্ৰী বিধ মুকলি কৰাৰ পাছতেই চেনী বিহীন সামগ্ৰী উৎপাদনৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা চৰ্চালৈ আহিছিল।

ইয়াৰ  প্ৰায় এটা বছৰ পাছত মছালা লাচ্ছি মুকলি কৰা হয়। শেহতীয়াকৈ স্বাস্থ্যৰ প্ৰতি সচেতন উপভোক্তাৰ সংখ্যা তথা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মছালা লাচ্ছি মুকলি কৰা হৈছে বুলি প্ৰকাশ কৰিছে পূৰবী কৰ্তৃপক্ষয়।

জলকীয়া আৰু অন্যান্য বিভিন্ন মছলাৰ প্ৰয়োগেৰে প্ৰতিটো বতৰতেই খাব পৰাকৈ প্ৰস্তুত কৰা হৈছে  মছালা লাচ্ছি বিধ।

ইতিমধ্যেই বজাৰত পূৰবীৰ মিঠা আৰু টেঙা দুয়োবিধ দৈয়ে যথেষ্ট জনপ্ৰিয় অৰ্জন কৰিছে। ইয়াৰ পিছতো পূৰবী দহী নামেৰে বিশেষভাৱে ৪০০ গ্ৰামত ২৫ টকা পেকেটেৰে সজাই তোলা হৈছে  নতুন দৈ বিধ।

গাখীৰ যদিহে পৰিস্কাৰ আৰু বিশুদ্ধ নহয়, তেন্তে গাখীৰে ইয়াৰ গুণাগুণ হেৰুৱাই পেলায়। এই আপ্তবাক্য শাৰী মানিয়েই পূৰবীৰ সকলো দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত সতেজ গাখীৰ ব্যৱহাৰ কৰা হয়।

ৱামূলৰ সৈতে জড়িত হৈ থকা ১২,০০০ ৰো অধিক দুগ্ধ কৃষকৰ পৰা ২০০ খনতকৈও অধিক গাঁও পৰ্যায়ৰ দুগ্ধ সমবায় সমিতিৰ জৰিয়তে দৈনিক দুবাৰকৈ গাখীৰ সংগ্ৰহ কৰা হয়।

কৃষকৰ সমবায় হিচাপে ৱামূলে ধাৰাবাহিকভাৱে বজাৰ দখল কৰিবলৈ পাই যথেষ্ট গৌৰৱান্বিত বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা ৱামূলৰ ডায়েৰীত প্ৰতিদিনেই ৬৫,০০০ লিটাৰ গাখীৰ সংশোধন কৰা হয়।

আজি ৱামূলৰ দুয়োবিধ সামগ্ৰী মুকলি কৰি সমবায় মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয়, “ৰাজ্যত শ্বেত বিপ্লৱ অনাৰ ক্ষেত্ৰত পূৰৱী অৰ্থাৎ ৱামূলে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। ইতিমধ্যেই ৰাজ্যবাসীয়ে পূৰৱীক আদৰি লৈছে। ঠিক তেনেদৰেই অনাগত দিনতো আজি মুকলি কৰা এই নতুন দুবিধ সামগ্ৰীও ৰাইজে আদৰি ল’ব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd