• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা আৰু নাৰীৰ আড্ডাস্থলীত পৰিণত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী বাংলো!

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 17, 2019 6:32 am
20190914_204839(1)

প্ৰৱঞ্চনাৰে কাৰ্যালয়ৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত শিনাবৰে গ্ৰেপ্তাৰ হৈছিল হিল্টন শইকীয়া। ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ এজন কৰ্মচাৰী প্ৰৱঞ্চনাৰে এগৰাকী যুৱতীক ধৰ্ষণ কৰা ঘটনাত শনিবাৰে গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিৱসাগৰৰ স্বাস্থ্য বিভাগত।

এইবাৰ প্ৰশ্ন উঠিছে যুটীয়া সঞ্চালকৰ চৰকাৰী বাংলোটোক লৈ।

Apply Now

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ঠিকা ভিত্তিত কাম কৰা হিল্টন শইকীয়াই ঐতিহাসিক বাংলোটো সুৰা আৰু নাৰীৰ আড্ডাস্থলীলৈ পৰিণত কৰি তুলিছিল।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ চৰকাৰী বাংলোটো দীৰ্ঘদিন ধৰি সুৰা আৰু নাৰীৰ আড্ডাস্থলীলৈ পৰিণত হোৱাৰ এক অভিযোগ এতিয়া উত্থাপন হৈছে।

এই বাংলোটোকেই ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ প্ৰগ্ৰেম মেনেজাৰ  হিল্টন শইকীয়াৰ লগতে অন্য এগৰাকী কৰ্মচাৰীয়ে  ব্যৱহাৰ কৰি আহিছে বুলি জানিব পৰা গৈছে।

শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত এই  উচ্চপদস্থ বিষয়াৰ চৰকাৰী বাংলোটো কেনেদৰে এজন ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ঠিকা ভিত্তিত কাম কৰা  প্ৰগ্ৰেম মেনেজাৰে লাভ কৰিলে তাক লৈ এতিয়া  বিভাগত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বাংলোটোত পূৰ্বে মদৰ পাৰ্টিৰ লগতে অন্য নাৰী আহি থকাৰ অভিযোগ বিভাগীয় কৰ্মচাৰী এজনে স্বাস্থ্য বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষক জনাইছিল যদিও কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল বুলি এক সুত্ৰই জানিবলৈ দিয়ে।

এইটো চৰকাৰী বাংলোটেই পত্নী নথকাত হিল্টন শইকীয়াই তেওঁৰ প্ৰেমিকাক আনি ৰাখিছিল বুলি নিজ মুখে স্বীকাৰ কৰে তেওঁৰ প্ৰেমিকা গৰাকীয়েই।

প্ৰেমিকা গৰাকীৰ ভাষ্য মতে হিল্টন শইকীয়াৰ কোঠাত খালী মদৰ বটল ভৰ্তি হৈ আছে।

এতিয়া প্ৰশ্ন হয় যুটীয়া সঞ্চালকৰ চৰকাৰী আৱাসটো কেনেকৈ এজন ঠিকা ভিত্তিত কাম কৰা ব্যক্তিয়ে লাভ কৰিলে?

আনহাতে, কেমেৰা দেখি দৌৰি গাড়ীত উঠা ব্যক্তিজন কেনেদৰে বেমাৰ হৈ দুদিন চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিব পাৰে?

স্বাস্থ্য বিভাগৰ কৰ্মী হোৱাৰ বাবেই ৰঙা ঘৰৰ পৰিৱৰ্তে চিকিৎসালয়ত থকাৰ সুবিধা পাইছে নেকি, তাক লৈও ৰাইজৰ মাজত প্ৰশ্ন উপজিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd