• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্থিক মন্দাৱস্থা, জি এছ টি, অনলাইন শ্বপিঙৰ কুপ্ৰভাৱত ৰাজ্যৰ খুচুৰা বজাৰত ৪০-৫০ শতাংশ হ্ৰাস পাইছে কাপোৰৰ বিক্ৰী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 18, 2019 10:05 pm
Cloth market

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আৰ্থিক মন্দাৱস্থা, জি এছ টি, বিমুদ্ৰাকৰণ আৰু অনলাইন শ্বপিঙৰ ফলত ৰাজ্যত কাপোৰৰ বিক্ৰী ৪০ ৰ পৰা ৫০ শতাংশ হ্ৰাস পাইছে।’-এই মন্তব্য দ্যা অসম কো-অপাৰেটিভ চিল্ক হাউচৰ সম্পাদক বিৰেন্দ্ৰ কুমাৰ দাসৰ।

কাপোৰৰ বিক্ৰী হ্ৰাস হোৱা বাবে কাপোৰ ব্যৱসায়ীসকলেও পূৰ্বৰ তুলনাত ৩০ ৰ পৰা ৪০ শতাংশ কাপোৰ ক্ৰয় কমাই দিয়া বুলি দাসে জানিবলৈ দিয়ে।

Apply Now

ৰাজ্যৰ ৮০ বছৰ পুৰণি বস্ত্ৰ প্ৰতিষ্ঠানখনৰ সম্পাদক গৰাকীয়ে কয়, ‘আমাৰ ইয়াত মূলত থলুৱা শিপীনৰ দ্বাৰা বোৱা কাপোৰ বিক্ৰীৰ বাবে অনা হয় কিন্তু থলুৱা শিপিনীসকলৰ জি এছ টি ৰিছিভ নোহোৱা বাবে আমাৰ প্ৰতিষ্ঠানখনে জি এছ টিৰ নামত টকা ভৰিব লগীয়া হয়।’

বৰ্তমান জাপি আৰু গামোছা ক্ৰয়ৰ নামতে ১২ৰ পৰা ১৮ শতাংশলৈ জি  এছ টি আদায় দিবলগীয়া হয় বুলি তেওঁ প্ৰকাশ কৰে।

অসমৰ আঠখন ঠাইত ব্যৱসায় কৰি অহা  The Assam Co-operative Silk House য়ে এইবাৰ পূজাৰ বতৰতো ৩০ৰ পৰা ৪০ শতাংশ নতুন কাপোৰ ক্ৰয় হ্ৰাস কৰিছে বুলি দাসে জনায়।

আনহাতে, আজি ফেন্সী বজাৰৰ নিউ মাৰ্কেটৰ জি ডি ষ্টোৰৰ স্বত্বাধিকাৰী দীপিকা কলিতা, বালেক ৰাম দেৱানৰ স্বত্বাধিকাৰী নীলমণি দেৱান আৰু বহুতো নাম প্ৰকাশত অনিশ্চুক ব্যৱসায়ীয়ে পূৰ্বৰ তুলনাত বিক্ৰী যথেষ্ঠ হ্ৰাস হোৱা বাবেই এইবাৰ নতুন কাপোৰ ৩০ ৰ পৰা ৪০ শতাংশ কমকৈ অনা হৈছে বুলি মত প্ৰকাশ কৰে।

ৰাজ্যৰ চৌদিশে শাৰদীয় দুৰ্গা পূজাৰ উচাহৰ মাজতো মহানগৰীৰ বস্ত্ৰ বজাৰত সেমেকা পৰিবেশে বিৰাজ কৰিছে। পূজাৰ বস্ত্ৰ বজাৰ সন্দৰ্ভত সদৌ গুৱাহাটী ব্যৱসায়ী সন্হাৰ সহকাৰী সাধাৰণ সম্পাদক নেকিব ইমাণ শইকীয়াই যোৱা কেইবছৰমানৰ পৰা ব্যৱসায় সম্পূৰ্ণ বেয়াৰ ফালে গতি কৰিছে বুলি কোৱাৰ লগতে অৰ্থনৈতিক মন্দাৱস্হা, বি-মুদ্ৰাকৰণ, জি এছ টি, অনলাইন বজাৰ, শ্বপিং মলৰ প্ৰভাৱে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ওপৰত মাধ মাৰ সোধাইছে বুলি মন্তব্য কৰে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd