• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীৰ ‘ফিটনেছ’ৰ ৰহস্য: তেওঁৰ পছন্দৰ খাদ্য সম্ভাৰত কি আছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2019 12:54 pm
432475-modi-fitness

ফাইল ফটো: জী টিভিৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰ বোজাই সকলোকে কাবু কৰি তোলে। প্ৰত্যেকেই সপ্তাহত এদিন জিৰণি বিচাৰে। কিন্তু ব্যতিক্ৰম আমাৰ প্ৰধান মন্ত্ৰী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা দিনো ছুটী নোলোৱাকৈ পুৰা সপ্তাহটো কামত ব্যস্ত থাকে। কিন্তু এয়া কেনেকৈ সম্ভৱ?

Apply Now

এয়া সম্ভৱ কিয়নো প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ খাদ্য তালিকাত এনেকুৱা সম্ভাৰ অন্তৰ্ভুক্ত কৰিছে যিটোৱে জুতিৰ লগতে তেওঁক স্বাস্থ্যৱান তথা ‘ফিট’ কৰি ৰাখিছে।

প্ৰধান মন্ত্ৰীৰ পছন্দৰ এই খাদ্য তালিকাত কি আছে যিটো আপুনিও হয়তো সেয়া খাবলৈ বিচাৰিব।

খিচিৰি

খিচিৰি এনেকুৱা এবিধ খাদ্য যাক ৰান্ধিবলৈও সহজ আৰু ই সহজে হজমো হয়। আমাৰ খাৱলৈ ৰুচি নহ’লে খিচিৰি ৰান্ধি খাবলৈ ভাল পাঁও। কিন্তু প্ৰধান মন্ত্ৰী মোদীয়ে সদায় খিচিৰ খাবলৈ ভাল পায়। খিচিৰিৰ লগতে দৈ খাবলৈও তেওঁ বৰ ভাল পায়।

গুজৰাটী ঢোকলা

গুজৰাটী ঢোকলা অতি পাতল খাদ্য সম্ভাৰ। ই ৰসাল হোৱাৰ লগতে খুব সোনকালেই হজমো হৈ যায়। প্ৰধান মন্ত্ৰী মোদীৰ ঢোকলা অতি পছন্দৰ খাদ্য।

খাণ্ডৱী

বেচন আৰু ছস (মাখনযুক্ত গাখীৰ)ৰ ঘোলেৰে বনোৱা এই খাদ্যসম্ভাৰ বহুত সুস্বাদু। ইয়াক আমি লঘু আহাৰ হিচাপে খাব পাৰো। কিছুমানে ইয়াত জিৰা আৰু নৰসিংহৰ পাতৰ মিশ্ৰনো দিয়ে। প্ৰধান মন্ত্ৰী মোদীৰ প্ৰিয় খাদ্য তালিকাত ই বিশেষ স্থান লাভ কৰিছে।

আমৰ ছাটনি

প্ৰধান মন্ত্ৰীয়ে খাদ্যৰ লগতে আমৰ ছাটনি খোৱাটো বৰ পছন্দ কৰে। গুজৰাটী প্ৰকৰণেৰে ইয়াৰ প্ৰস্তুত কৰাটো তেনেই সহজ। ইয়াক কেঁচা আম চুকি লৈও বনাব পাৰি।

বাদাম আৰু শ্ৰীখণ্ড

প্ৰধান মন্ত্ৰীয়ে বাদাম আৰু পিস্তা শ্ৰীখণ্ড (গুজৰাটী সম্ভাৰ, দৈৰ লগত ইলাচী, মিথি গুটি, কেশৰ আদি দি বনোৱা এবিধ মিঠা সম্ভাৰ)  খাবলৈ অত্যন্ত পছন্দ কৰে। ইয়াক খাবলৈ সামান্য মিঠা যদিও ই বহুত সুস্বাদু খাদ্য।

এক সম্পূৰ্ণ নিৰামিষ স্বাস্থ্যসন্মত খাদ্য সম্ভাৰ অনুসৰণ কৰি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সুস্বাস্থ্য অটুট ৰখাৰ লগতে হেলাৰঙে এক কৰ্মঠ জীৱন কটাইছে। এয়া বহুতৰ বাৰে প্ৰেৰণাদায়ক বুলি ক’ব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd